Dataset Viewer
Auto-converted to Parquet
text
stringlengths
14
259
normalized_text
stringlengths
16
340
__index_level_0__
int64
1
3.12k
audio
audioduration (s)
1.51
24.6
লাহে লাহে যাওক। সন্মুখত বহুত হাতীয়ে ৰাস্তাটো বন্ধ কৰি ৰাখিছে।
laahe laahe yaaoka sanmukhata bhuta haatiiye raastaatto bndha kari raakhicche
2,260
এজন শক্তিশালী বিৰোধীৰ মুখামুখি হ'বলৈ বক্সিং ৰিঙত সোমোৱাৰ সময়ত মহেশ্বৰৰ উদ্বেগ বাঢ়িছিল
ejana shaktishaalii birodhiir mukhaamukhi ha'blai bksimm ri~ ata somovaar samayata maheshbrr udbega baaddhicchila
430
আৰে ৱাহ! এই দোকানখনে ইমান বঢ়িয়া কফি বনাব পাৰিব বুলি মই কেতিয়াও ভবাই নাছিলোঁ।
aare vaaha! ei dokaanakhane imaana bddhiyyaa kaphi bnaab paarib buli mai ketiyaao bhabaai naacchilo.
2,054
আধুনিক যুগত, তেওঁলোকক ভাৰতীয় পূৰ্বাঞ্চলৰ আটাইতকৈ দীঘল আৰু স্থিৰ ৰাজবংশ হিচাপে স্মৰণ কৰা হয়।
aadhunika yugata, teoommlokaka bhaartiiya puurbaa~nchalar aattaaitakai diighala aaru sthir raajabmmsha hichaape smar a karaa haya
2,897
ছাদৰ পৰা মোৰ গছপুলি আঁতৰাবলৈ মোক ক'বলৈ তুমি কোন? তুমি জহন্নামে যাব পাৰা
cchaadar paraa mor gacchapuli aa. taraablai moka ka'blai tumi kona? tumi jaha aame yaab paaraa
1,951
যীশুৱে জোৰকৈ চিঞৰি নিজৰ আত্মা ত্যাগ কৰিছিল।
yiishuve jorkai chi~nari nijar aatmaa tyaaga karicchila
3,071
ফিডেৰ নিয়মসমূহ শেহতীয়াকৈ ২০১৮ চনত সংশোধন কৰা হৈছিল।
phidder niyamasamuuha shehatiiyaakai 2018 chanata sammshodhana karaa haicchila
2,950
মই কমকৈ পইচা খৰচ কৰি অনুষ্ঠানৰ সুৰক্ষাৰ ক্ষেত্ৰত এৰা-ধৰা কৰিবলৈ ইভেণ্ট মেনেজাৰজনে আগবঢ়োৱা ধাৰণাটো মই একেবাৰে পচন্দ কৰা নাছিলোঁ।
mai kamakai paichaa kharcha kari anusshtthaanar surksshaar ksshetrta eraa-dharaa kariblai ibhe tta menejaarjane aagabddhovaa dhaar aatto mai ekebaare pachanda karaa naacchilo.
535
এগৰাকী অভিনেত্ৰী, লেখিকা আৰু কাষ্টিং পৰিচালক হিচাপে তেওঁৰ সীমিত কামৰ পিছত অৱশেষত তেওঁ প্ৰথম প্ৰেম - পৰিচালনাৰ দিশত সাজু হৈছিল।
egaraakii abhinetrii, lekhikaa aaru kaasshttimm parichaalaka hichaape teoommr siimita kaamar picchata avshesshata teoomm prthama prema - parichaalanaar dishata saaju haicchila
2,937
এইবাৰ মই ভ্ৰমণ কৰিব নোৱাৰিম কাৰণ দেওবাৰৰ ভিতৰত এচাইনমেণ্ট জমা দিবলৈ আছে।
eibaar mai bhrma a karib novaarima kaar a deobaarr bhitarta echaainame tta jamaa diblai aacche
124
আপুনি কিয় মোক মোৰ বয়সৰ কথা মনত পেলাই আছে?
aapuni kiyya moka mor byyasar kathaa manata pelaai aacche?
2,566
গ্ৰাহকসকলে আমাৰ কৰ্মচাৰীৰ দক্ষতাক গুৰুত্ব নিদিয়া আৰু তেওঁলোকক একেৰাহে প্ৰশ্ন কৰাটো হতাশাজনক।
graahakasakale aamaar karmachaariir daksshataaka gurutb nidiyaa aaru teoommlokaka ekeraahe prshna karaatto hataashaajanaka
332
কেন্দ্ৰীয় বেংকৰ সুতৰ হাৰৰ সিদ্ধান্তটোক কেন্দ্ৰ কৰি হোৱা অনিশ্চয়তাই মোৰ বাবে কিছু অস্বস্তিৰ সৃষ্টি কৰিছে।
kendriiya bemmkar sutar haarr siddhaantattoka kendr kari hovaa anishchayataai mor baabe kicchu asbstir srrrrisshtti karicche
2,415
মই আপোনাক বাধ্য কৰিব নোৱাৰো বাৰু, পিছে আপুনি কামটো কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত বেছিকৈ ভাড়া দাবী কৰাৰ বাবে মোৰ বিৰক্ত লাগিছে। (যাত্ৰী)
mai aaponaaka baadhya karib novaaro baaru, picche aapuni kaamatto kariblai asbiikaar karaar paacchata becchikai bhaa.ddaa daabii karaar baabe mor birkta laagicche (yaatrii)
438
ভাড়াৰ বাবে চহৰখনৰ ঠিক মাজভাগত থকা এক বাণিজ্যিক স্থান আৱিষ্কাৰ কৰাটো ইমান আনন্দৰ বিষয়, য'ত মোৰ দোকানখনে মানুহৰ সমাগমৰ সৈতে উন্নতি কৰিব পাৰে।
bhaaddaar baabe chaharkhanar tthika maajabhaagata thakaa eka baa ijyika sthaana aavisshkaar karaatto imaana aanandar bisshaya, ya'ta mor dokaanakhane maanuhar samaagamar saite u ati karib paare
1,253
হেই! চুলি কামুৰিবলৈ এৰক। চাওকচোন, এইবোৰত আপোনাৰ লালটি লাগি ভিজি গৈছে।
hei! chuli kaamuriblai erka chaaokachona, eiborta aaponaar laalatti laagi bhiji gaicche
2,341
বেছিভাগ অ'পেনিংৰ মৌলিক কৌশলগত লক্ষ্য একে:
becchibhaaga a'penimmr maulika kaushalagata laksshya eke:
3,001
আপোনাৰ বিচাৰ প্রক্রিয়াটো শেষ হ'বলৈ কেইটামান দিনৰ পৰা আৰম্ভ কৰি কেইসপ্তাহমানলৈকে সময় লাগিব পাৰে।
aaponaar bichaar prakriyaatto shessha ha'blai keittaamaana dinar paraa aarmbha kari keisaptaahamaanalaike samaya laagib paare
2,705
থাইলেণ্ডৰ গুহাটোৰ পৰা ১৩ জন ফুটবল খেলুৱৈক উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে বুলি শুনি মই বৰ ফূৰ্তি পাইছিলোঁ।
thaaile ddar guhaattor paraa 13 jana phuttabla kheluvaika uddhaar karaar sambhaavnaa aacche buli shuni mai br phuurti paaicchilo.
1,807
চিঃ! বাথৰুমৰ নলাটোত চুলি লাগি ধৰি আছে। মই এইটো চাফা নকৰোঁ।
chihh! baatharumar nalaattota chuli laagi dhari aacche mai eitto chaaphaa nakaro.
746
অধিক জানিবলৈ ক্ষুদ্ৰ ব্যৱসায় সংস্থাৰ পৰামৰ্শ গ্ৰহণ কৰক।
adhika jaaniblai ksshudr byavsaaya sammsthaar paraamarsha grha a karka
2,903
সি নকল কৰি পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু তথাপিও কিন্তু সি নিজৰ নম্বৰলৈ ফিতাহি মাৰি আছে।
si nakala kari pariiksshaata uttiir a haicche aaru tathaapio kintu si nijar nambrlai phitaahi maari aacche
1,525
মোৰ ককাই সদায় জেলেপি লৈ আহে কাৰণ ই মোৰ প্ৰিয় মিঠাই
mor kakaai sadaaya jelepi lai aahe kaar a i mor priya mitthaai
1,860
বহুত বেছি বাজেট থকা আৰু মানুহে বিপৰ্যয়ৰ সন্মুখীন হোৱা প্ৰকল্পটো দেখি হতাশ হৈছোঁ।
bhuta becchi baajetta thakaa aaru maanuhe biparyayar sanmukhiina hovaa prkalpatto dekhi hataasha haiccho.
881
জটিলভাৱে খোদিত কৰা কাঠৰ দোলাত শিল্পীসকলৰ কাম দেখি মই বৰ ধন্য অনুভৱ কৰিলোঁ।
jattilabhaave khodita karaa kaatthar dolaata shilpiisakalar kaama dekhi mai br dhanya anubhav karilo.
176
মই ভাবিছিলোঁ তুমি মোৰ ওপৰত অসন্তুষ্ট হ'বা আৰু তুমি মোৰ সৈতে সম্পৰ্ক এৰি দিয়াটো মই বিচৰা নাছিলোঁ (দেউতাক)
mai bhaabicchilo. tumi mor oparta asantusshtta ha'baa aaru tumi mor saite samparka eri diyyaatto mai bicharaa naacchilo. (deutaaka)
346
ইয়াৰ উপৰিও তেওঁ মিছ ফটোজেনিক আৰু স্পেকটেকুলাৰ ছুইমৱেৰ খিতাপ লাভ কৰিছিল।
iyaar upario teoomm miccha phattojenika aaru spekattekulaar cchuimaver khitaapa laabha karicchila
2,862
ৱাও, পি.ভি. সিন্ধুৱে ২০২০ৰ অলিম্পিকত ব্ৰঞ্জৰ পদক পাইছিল।
vaao, pi.bhi. sindhuve 2020r alimpikata br~njar padaka paaicchila
2,188
মই মোৰ পৰীক্ষাৰ ফলাফলত সঁচাকৈয়ে হতাশ হৈছো কাৰণ মই ভাবিছিলো যে মই পৰীক্ষাত বৰ ভালদৰে উত্তীৰ্ণ হৈছোঁ।
mai mor pariiksshaar phalaaphalata sa. chaakaiye hataasha haiccho kaar a mai bhaabicchilo ye mai pariiksshaata br bhaaladare uttiir a haiccho.
1,242
যোৱা কেইমাহমানত মই ট্ৰ'ল হওঁ বুলি ইমান ভয় খাইছোঁ যে মই টুইটাৰ, ফে'চবুক আৰু লিংকডইনত অনলাইনত লিখাটোৱেই বন্ধ কৰি দিছোঁ। (ব্যক্তি 1)
yovaa keimaahamaanata mai ttr'la haoomm buli imaana bhaya khaaiccho. ye mai ttuittaar, phe'chabuka aaru limmkaddainata analaainata likhaattovei bndha kari diccho. (byakti 1)
1,110
চিনেমা চাই ৰাতি শুই থাকোঁতে মোৰ ভয় লাগিছিল আৰু নাৰ্ভাছ অনুভৱ কৰিছিলোঁ।
chinemaa chaai raati shui thaako. te mor bhaya laagicchila aaru naarbhaaccha anubhav karicchilo.
801
এয়া একেবাৰে ফটুৱা কথা। মই এটা শান্ত চুবুৰী বিচাৰিছিলো, তথাপিও আপুনি মোক ব্যস্ত ৰাস্তা আৰু হুলস্থূলীয়া এলেকাবোৰৰ কাষৰ ঠাইবোৰ দেখুৱাই থাকে। আপুনি ভাবে নেকি যে আপুনি মোক যি দেখুৱাব মই সেইটোৱে লৈ ল'ম?
eyyaa ekebaare phattuvaa kathaa mai ettaa shaanta chuburii bichaaricchilo, tathaapio aapuni moka byasta raastaa aaru hulasthuuliiyaa elekaaborr kaasshar tthaaibor dekhuvaai thaake aapuni bhaabe neki ye aapuni moka yi dekhuvaab mai seittove lai la'ma?
2,582
মই দুঃখিত যে মোৰ প্ৰিয় দলটোৱে আজি ভালদৰে খেলিব পৰা নাই।
mai duhhkhita ye mor priya dalattove aaji bhaaladare khelib paraa naai
80
ইয়াত উপস্থিত থকা সকলোকে গুড মৰ্ণিং। এই তিনিমাহত আমি দেখা পাইছোঁ যে আমাৰ বিক্ৰী দুগুণ হৈছে আৰু একেটা বস্তুৰে পুনৰবাৰ অৰ্ডাৰ ১ নিযুতকৈও বেছি পাইছোঁ।
iyaata upasthita thakaa sakaloke gudda mar imm ei tinimaahata aami dekhaa paaiccho. ye aamaar bikrii dugu a haicche aaru ekettaa bsture punarbaar arddaar 1 niyutakaio becchi paaiccho.
2,438
মোৰ পিছফালে শাৰীত থিয় হৈ থকা মানুহজন খুব ঘামিছিল আৰু তেওঁৰ গাৰপৰা ইমান বেয়া গোন্ধ ওলাইছিল।
mor picchaphaale shaariita thiya hai thakaa maanuhajana khub ghaamicchila aaru teoommr gaarparaa imaana beyyaa gondha olaaicchila
2,241
সকলোৰে বাবে সহজতে পোৱা স্বাস্থ্যসেৱাৰ সুবিধাসমূহৰ অভাৱত মই সঁচাকৈয়ে অতিষ্ঠ হৈছোঁ।
sakalore baabe sahajate povaa sbaasthyasevaar subidhaasamuuhar abhaavta mai sa. chaakaiye atisshttha haiccho.
2,131
মোৰ এই গানটোৰ কথাখিনি শুনি অসহ্য লাগিছে। এয়া ইমান আক্ৰমণাত্মক আৰু খাপ নোখোৱা ধৰণৰ।
mor ei gaanattor kathaakhini shuni asahya laagicche eyyaa imaana aakrma aatmaka aaru khaapa nokhovaa dhar ar
942
বৰ্ধিত কামৰ বোজাই মোৰ কাম কৰাৰ উৎসাহৰ ওপৰত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে।
brdhita kaamar bojaai mor kaama karaar uৎsaahar oparta prbhaav pelaablai aarmbha karicche
812
কিন্তু পর্যাপ্ত মাচুল নিশ্চয়কৈ লওক যাতে অপুনি তেতিয়াও অপোনাৰ অতিথিসকলৰ পৰা এক মুনাফা অদায় কৰিব পাৰে।
kintu paryaapta maachula nishchayakai laoka yaate apuni tetiyaao aponaar atithisakalar paraa eka munaaphaa adaaya karib paare
2,751
আপোনাৰ দোকানলৈ মই যেতিয়াই যাওঁ বিতৃষ্ণাৰ ভাব এটা অনুভৱ কৰোঁ কিয়নো ই সদায় লেতেৰা আৰু অপৰিপাটি হৈ থাকে।
aaponaar dokaanalai mai yetiyaai yaaoomm bitrrrrissh aar bhaab ettaa anubhav karo. kiyano i sadaaya leteraa aaru aparipaatti hai thaake
2,099
মেক আপ আৰ্টিষ্টগৰাকীয়ে মোৰ মেক আপ ইমান ভালকৈ কৰিলে যে সকলো ফটোতে মই আন সকলোতকৈ উজলি থাকিলো
meka aapa aarttisshttagaraakiiyye mor meka aapa imaana bhaalakai karile ye sakalo phattote mai aana sakalotakai ujali thaakilo
1,600
আপোনাৰ ঘৰৰ আৱৰ্জনাবোৰ মোৰ চোতালত পেলোৱাটো বন্ধ কৰক। এইখন মোৰ ঘৰ হয়, আপোনাৰ ডাষ্টবিন নহয়!
aaponaar gharr aavrjanaabor mor chotaalata pelovaatto bndha karka eikhana mor ghar haya, aaponaar ddaasshttabina nahaya!
599
পেচাদাৰী আৰু কলেজীয়া ক্ৰীড়াৰ ব্যাপক টেলিভিছন প্ৰচাৰৰ আগৰ দিনবোৰত আমেৰিকাৰ বহু ঠাইত হাইস্কুল বাস্কেটবলৰ জনপ্ৰিয়তা অপ্ৰতিদ্বন্দ্বী আছিল।
pechaadaarii aaru kalejiiyaa kriiddaar byaapaka ttelibhicchana prchaarr aagar dinaborta aamerikaar bhu tthaaita haaiskula baaskettablar janapriyataa aprtidbndbii aacchila
2,670
কত মাটীৰ আলাই আথানি হল, কতজন কৃষকৰ মৃত্যু হল!
kata maattiir aalaai aathaani hala, katajana krrrrisshakar mrrrrityu hala!
2,967
এছ'চিয়েশ্যনৰ মিটিঙৰ সময়ত এগৰাকী মহিলা বাসিন্দাই আন বাসিন্দাসকলৰ ওপৰত চিঞৰ-বাখৰ কৰি থকাটো জঘন্য আছিল।
eccha'chiyeshyanar mitti~ ar samayata egaraakii mahilaa baasindaai aana baasindaasakalar oparta chi~nar-baakhar kari thakaatto jaghanya aacchila
685
অত্যাৱশ্যকীয় সামগ্ৰী কিনিবলৈ সহায় হোৱাকৈ এটা ক্ষতিপূৰণৰ সৈতে আজি পৰৱৰ্তী বিমানখনত মই নিজেই আপোনাৰ বেগবোৰ আপোনালৈ ডেলিভাৰী কৰিম। যদি আপুনি এয়াৰলাইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে, তেন্তে মোৰ চাকৰি যোৱাৰ ভয় থাকিব। (বিমান কৰ্মচাৰী)
atyaavshyakiiya saamagrii kiniblai sahaaya hovaakai ettaa ksshatipuur ar saite aaji parvrtii bimaanakhanata mai nijei aaponaar begabor aaponaalai ddelibhaarii karima yadi aapuni eyaarlaainar biruddhe gochar ruju kare, tente mor chaakari yovaar bhaya thaakib (bimaana karmachaarii)
1,744
মোৰ ব্যৱসায়ৰ ওপৰত কৰ নিয়মাৱলী সলনি কৰাৰ সম্ভাৱ্য প্ৰভাৱৰ অনুভৱটো এনেকুৱা হয় যেন যিকোনো সময়তে তলতৈ সৰি পৰাৰ আশংকাৰ সৈতে মই এদাল টাইতৰ'পত খোজ কাঢ়ি আছোঁ।
mor byavsaayar oparta kar niyamaavlii salani karaar sambhaavya prbhaavr anubhavtto enekuvaa haya yena yikono samayate talatai sari paraar aashammkaar saite mai edaala ttaaitar'pata khoja kaaddhi aaccho.
2,403
মোৰ এইটোৱেই ভয় যে এনেকুৱা বহুতো ভাৰতীয় আছে যাৰ ইমান পইচাৰ লোভ যে তেওঁলোকে পইচাক দেশৰ গৌৰৱতকৈ ওপৰত ৰাখিব পাৰে।
mor eittovei bhaya ye enekuvaa bhuto bhaartiiya aacche yaar imaana paichaar lobha ye teoommloke paichaaka deshar gaurvtakai oparta raakhib paare
2,266
এমষ্টাৰডাম, লচ এঞ্জেলছ, নিউয়ৰ্ক, ঢাকা, বেইজিং
emasshttaarddaama, lacha e~njelaccha, niuyyarka, ddhaakaa, beijimm
3,036
মই আশাই কৰা নাছিলোঁ যে ব্যৱসায়িক লেনদেনৰ বাবে বেংকৰ কৰ্মচাৰীসকলক পুৱা ৯ বজাতেই পোৱা যাব, কিন্তু মই তেওঁলোকৰ সকলোকে তাত পাইছিলোঁ আৰু বেংকটো ব্যৱসায়ৰ বাবে খোলা আছিল
mai aashaai karaa naacchilo. ye byavsaayyika lenadenar baabe bemmkar karmachaariisakalaka puvaa 9 bjaatei povaa yaab, kintu mai teoommlokar sakaloke taata paaicchilo. aaru bemmkatto byavsaayyar baabe kholaa aacchila
501
ভাৰতৰ এটা অতি ভাল ক্ৰিকেট টীম আছে। আমাৰ টীমটো ১২৭ খনতকৈও বেছি টি-টুৱেণ্টী ইণ্টাৰনেশ্যনেল খেলত জিকিছিল।
bhaartar ettaa ati bhaala kriketta ttiima aacche aamaar ttiimatto 127 khanatakaio becchi tti-ttuve ttii i ttaarneshyanela khelata jikicchila
1,505
তাইৰ মোক আঘাত কৰাৰ প্ৰচেষ্টাত মোৰ সৰ্বশৰীৰ কঁপি উঠিছিল।
taair moka aaghaata karaar prchesshttaata mor sarbshariir ka. pi utthicchila
1,055
নেতৃত্বৰ বেয়া সিদ্ধান্তৰ ফলত শ্বেয়াৰৰ মূল্য নিশাটোৰ ভিতৰতে ২০% হ্ৰাস পোৱাৰ পিছত বিনিয়োগকাৰীসকলে খঙতে চিঞৰ-বাখৰ কৰিছিল।
netrrrritbr beyaa siddhaantar phalata shbeyaarr muulya nishaattor bhitarte 20% hraasa povaar picchata biniyogakaariisakale kha~ ate chi~nar-baakhar karicchila
141
এম্বুলেঞ্চৰ চালকজনে কোনো ৰোগী কঢ়িয়াই নিনিয়াকৈ ছাইৰেন বজাই যোৱা দেখি মই বিৰক্ত হৈছিলোঁ।
embule~nchar chaalakajane kono rogii kaddhiyaai niniyaakai cchaairena bjaai yovaa dekhi mai birkta haicchilo.
2,162
মই ষ্টেডিয়ামৰ ভিতৰলৈ সোমাবলৈ বহুত টকা দি যথেষ্ট কষ্ট কৰিছিলোঁ, সেয়েহে চি.এছ.কে. দলে বেয়া খেলি খেলখনত পৰাস্ত হোৱাত মোৰ বহুত খং উঠিছিল।
mai sshtteddiyaamar bhitarlai somaablai bhuta ttakaa di yathesshtta kasshtta karicchilo. , seyyehe chi.eccha.ke. dale beyaa kheli khelakhanata paraasta hovaata mor bhuta khamm utthicchila
1,891
কৰৱা চৌথৰ দিনা বিশেষকৈ উত্তৰ ভাৰতৰ বিবাহিত মহিলাসকলে স্বামীৰ সুৰক্ষা আৰু দীৰ্ঘায়ুৰ বাবে সূৰ্য্য উদয়ৰ পৰা চন্দ্ৰ উদয়লৈকে ব্ৰত পালন কৰে।
karvaa chauthar dinaa bishesshakai uttar bhaartar bibaahita mahilaasakale sbaamiir surksshaa aaru diirghaayur baabe suuryya udayar paraa chandr udayalaike brta paalana kare
2,844
ইয়াৰ পূৰ্বে, ১৯৯৭ চনত তেওঁ মিছ ইন্টাৰকন্টিনেণ্টেলৰ সন্মান লাভ কৰিছিল ।
iyaar puurbe, 1997 chanata teoomm miccha inttaarkanttine ttelar sanmaana laabha karicchila
2,860
এই ৰেষ্টুৰেণ্টখন অতি হুলস্থূলীয়া, ঠাইখিনি ভয়ংকৰভাৱে বিশৃংখল, মই ইয়াত থাকিব নোৱাৰোঁ।
ei resshtture ttakhana ati hulasthuuliiyyaa, tthaaikhini bhayammkarbhaave bishrrrrimmkhala, mai iyyaata thaakib novaaro.
601
আল্ট্ৰা মাৰাথন চাইক্লিং এছ'চিয়েচন হৈছে বহুতো অতি-দূৰত্বৰ চাইকেল ৰেচৰ পৰিচালনা সমিতি।
aalttraa maaraathana chaaiklimm eccha'chiyechana haicche bhuto ati-duurtbr chaaikela rechar parichaalanaa samiti
2,622
আপুনি আপোনাৰ পাৰ্কাৰ ষ্টাণ্টবোৰ কৰি দেখুৱাই মোক আচৰিত কৰিছে যিবোৰ আপুনি কৰিব পাৰে বুলি মই জনাই নাছিলোঁ।
aapuni aaponaar paarkaar sshttaa ttabor kari dekhuvaai moka aacharita karicche yibor aapuni karib paare buli mai janaai naacchilo.
1,952
আমি নিয়মীয়াকৈ এয়াৰ-কণ্ডিশ্যনিং চলোৱাৰ কথা চিন্তা কৰি মই এই মাহৰ আমাৰ বিদ্যুতৰ বিলৰ বাবে ভয় খাইছো।
aami niyamiiyaakai eyaar-ka ddishyanimm chalovaar kathaa chintaa kari mai ei maahar aamaar bidyutar bilar baabe bhaya khaaiccho
2,121
ভাৰতীয় ফুটবল দলৰ সদস্যসকলে পেনাল্টি শ্বুটআউটত ২০২৩ চনৰ এছ.এ.এফ.এফ. কাপ জয় কৰাৰ পাছত তেওঁলোকে গ'লৰক্ষকক আগুৰি ধৰিছিল।
bhaartiiya phuttabla dalar sadasyasakale penaaltti shbuttaaauttata 2023 chanar eccha.e.epha.epha. kaapa jaya karaar paacchata teoommloke ga'larksshakaka aaguri dharicchila
1,691
মা, ছাৰে কৈছে মই এইবছৰ মঞ্চৰ নাটকত ৰজা মহাবলীৰ চৰিত্ৰত অভিনয় কৰিব পাৰিম।
maa, cchaare kaicche mai eibcchar ma~nchar naattakata rjaa mahaabliir charitrta abhinaya karib paarima
1,360
ৰাজহুৱা পদবোৰৰ পৰা নিষিদ্ধ কৰি এই দুৰ্নীতিপৰায়ণ ৰাজনীতিবিদসকলক শাস্তি দিয়ক।
raajahuvaa padaborr paraa nisshiddha kari ei durniitiparaayya a raajaniitibidasakalaka shaasti diyyaka
177
এটা ইণ্টাৰভিউত বাছনি নোহোৱাৰ চিন্তাই মোক ভয়ত খুৱাই থাকে।
ettaa i ttaarbhiuta baacchani nohovaar chintaai moka bhayata khuvaai thaake
897
আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰাৰ সময়ত, গুলীচালনাৰ কাৰ্য্যক প্ৰায়ে ফায়াৰিং বুলি কোৱা হয় যিহেতু ইয়াত ৰাসায়নিক প্ৰজ্বালক দহন কৰা হয়।
aagneyaastr byavhaar karaar samayata, guliichaalanaar kaaryyaka praaye phaayyaarimm buli kovaa haya yihetu iyaata raasaayanika prjbaalaka dahana karaa haya
2,643
ৱাঃ! বাতিলৰ বাবে সম্পূৰ্ণ ধন ঘূৰাই পোৱা যায় নেকি, মই ভাবিছিলো যে আচল মূল্যৰ আধাহে পোৱা যায়। আপোনাক ধন্যবাদ ছাৰ
vaahh! baatilar baabe sampuur a dhana ghuuraai povaa yaaya neki, mai bhaabicchilo ye aachala muulyar aadhaahe povaa yaayya aaponaaka dhanyabaada cchaar
2,274
তেওঁলোকৰ কাম-কাজবোৰক লৈ মই সঁচাকৈয়ে উদ্বিগ্ন আৰু চিন্তিত।
teoommlokar kaama-kaajaborka lai mai sa. chaakaiyye udbigna aaru chintita
2,302
বলীউডৰ বহুতো অভিনেতাক মাফিয়াৰ দ্বাৰা অনুষ্ঠানবোৰত অভিনয় কৰিবলৈ বাধ্য কৰোৱা হয়।
bliiuddar bhuto abhinetaaka maaphiyaar dbaaraa anusshtthaanaborta abhinaya kariblai baadhya karovaa haya
2,463
কৰ্মক্ষেত্ৰত ছে'লছ টাৰ্গেট বহুত বেছি কৰি দিয়াৰ বাবে ব'নাছ পোৱাৰ পিছত মই বৰ সুখী হৈছিলো।
karmaksshetrta cche'laccha ttaargetta bhuta becchi kari diyaar baabe b'naaccha povaar picchata mai br sukhii haicchilo
680
মোৰ বহুত ভাল লাগিছে যে মই আপোনাক ফোন কৰাৰ সিদ্ধান্ত ল'লোঁ-মোৰ ফ্ৰিজটোত কি অসুবিধা হৈছে আৰু আপুনি এইটো কেনেদৰে ঠিক কৰিব সেই বিষয়ে আপুনি যেনেদৰে বুজাই ক'লে তাৰ পৰা মোৰ মনটো বিশ্বাসেৰে ভৰি পৰিল।
mor bhuta bhaala laagicche ye mai aaponaaka phona karaar siddhaanta la'lo. -mor phrijattota ki asubidhaa haicche aaru aapuni eitto kenedare tthika karib sei bisshaye aapuni yenedare bujaai ka'le taar paraa mor manatto bishbaasere bhari parila
962
মই সুখী যে মই আশা কৰি থকা নতুন কিতাপৰ এমাজন পেকেজটো আজি আহি পালে।
mai sukhii ye mai aashaa kari thakaa natuna kitaapar emaajana pekejatto aaji aahi paale
183
ফুটবল খেলখনত পেনাল্টি শ্বুটআউটৰ সন্মুখীন হোৱাৰ সময়ত চুজেনৰ কলিজাৰ ধপধপনি ৰৈ গৈছিল
phuttabla khelakhanata penaaltti shbuttaaauttar sanmukhiina hovaar samayata chujenar kalijaar dhapadhapani rai gaicchila
2,458
মই সঁচাকৈয়ে দুঃখিত কিন্তু আমি নৃত্যৰ প্ৰশিক্ষণ বন্ধ কৰিব লাগিব কাৰণ মই আৰু মাচুল দিব নোৱাৰোঁ
mai sa. chaakaiye duhhkhita kintu aami nrrrrityar prshikssha a bndha karib laagib kaar a mai aaru maachula dib novaaro.
979
তেওঁৰ ছৌ ক্ৰ'ৰ আৰু চেঞ্চৰ ছবিকেইখনে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।
teoommr cchau kr'r aaru che~nchar cchabikeikhane samaalochakar prshammsaa laabha karicchila
3,073
পাৰ হৈ যোৱা বাছখন হঠাতে ব্ৰেক মাৰি পিছল পথত পিছলি পৰি যোৱাৰ সময়ত মই ৰাস্তাৰ ওচৰৰ এজোপা গছৰ তলত ভয়ত আচৰিত হৈ ৰৈ আছিলোঁ।
paar hai yovaa baacchakhana hatthaate breka maari picchala pathata picchali pari yovaar samayata mai raastaar ocharr ejopaa gacchar talata bhayyata aacharita hai rai aacchilo.
1,651
মই এই কিতাপখন পোন্ধৰ দিনৰ আগতে অৰ্ডাৰ দিছিলোঁ কিন্তু মই এতিয়ালৈকে এখন কনফাৰ্মেশ্যন মেইলো পোৱা নাই। এইখন আহি পাবলৈ কিমান সময় লাগিব?
mai ei kitaapakhana pondhar dinar aagate arddaar dicchilo. kintu mai etiyaalaike ekhana kanaphaarmeshyana meilo povaa naai eikhana aahi paablai kimaana samaya laagib?
1,356
ঘৰলৈ উভতি অহাৰ সময়ত মই এটা শিলত উজুতি খাই পৰিলোঁ, আৰু মই কিনি অনা গাখীৰখিনি মাটিত পৰি গ'ল।
gharlai ubhati ahaar samayata mai ettaa shilata ujuti khaai parilo. , aaru mai kini anaa gaakhiirkhini maattita pari ga'la
2,364
দক্ষিণ ভাৰতে লোকসভালৈ ১৩২ জন সদস্য নিৰ্বাচন কৰে, যিটো মুঠ সংখ্যাৰ প্ৰায় এক চতুৰ্থাংশ।
daksshi a bhaarte lokasabhaalai 132 jana sadasya nirbaachana kare, yitto muttha sammkhyaar praaya eka chaturthaammsha
2,807
যদিহে আপোনালোকৰ মাজত যোগাযোগ নাই মই কেতিয়াও আপোনালোক সকলোৰে সৈতে এই চিকিৎসা প্ৰথমতে আৰম্ভ কৰাটো উচিত নাছিল।
yadihe aaponaalokar maajata yogaayoga naai mai ketiyaao aaponaaloka sakalore saite ei chikiৎsaa prthamate aarmbha karaatto uchita naacchila
2,030
প্ৰেমাৰ দলটোৱে জয় নিশ্চিত কৰাত তাই আনন্দতে জঁপিয়াই উঠিছিল
premaar dalattove jaya nishchita karaata taai aanandate ja. piyyaai utthicchila
1,200
চিনেমাখনত দেখুওৱা কিছুমান চৰিত্ৰ আৰু বিষয়বস্তুৱে মোক বিৰক্তহে কৰিলে। ই সম্পূৰ্ণৰূপে অসংবেদনশীল আছিল।
chinemaakhanata dekhuovaa kicchumaana charitr aaru bisshayyabstuve moka birktahe karile i sampuur aruupe asammbedanashiila aacchila
1,475
বেংকত কম বয়সৰ ল'ৰা-ছোৱালীৰ বাবে পোৱা একাউণ্টৰ সুবিধাবোৰ চাই থকাৰ সময়ত মোৰ ল'ৰাটো যে কিমান সোনকালে ডাঙৰ হৈছে সেই বিষয়ে ভাবি মোৰ মনটো এক বিষাদৰ অনুভৱেৰে ভৰি পৰিল।
bemmkata kama byasar la'raa-cchovaaliir baabe povaa ekaau ttar subidhaabor chaai thakaar samayata mor la'raatto ye kimaana sonakaale ddaa~ ar haicche sei bisshaye bhaabi mor manatto eka bisshaadar anubhavere bhari parila
393
সময়মতে আমাৰ চেকবুকখন নিদিয়াৰ বাবে গ্ৰাহক সেৱালৈ ফোন কৰি চিঞৰিবলৈ মোৰ মন গৈছে।
samayamate aamaar chekabukakhana nidiyaar baabe graahaka sevaalai phona kari chi~nariblai mor mana gaicche
1,945
সংস্থাটোৱে মোক তেওঁলোকৰ নতুন চি.এম.অ. হিচাপে ঘোষণা কৰাৰ পিছত মই খুব আনন্দ পাইছিলোঁ।
sammsthaattove moka teoommlokar natuna chi.ema.a. hichaape ghossha aa karaar picchata mai khub aananda paaicchilo.
2,451
মই আটাইকেইটা প্ৰয়োজনীয় ভেকচিনেই ল'লো। গতিকে এতিয়া মই বেছিভাগ বেমাৰৰ পৰা নিৰাপদ হৈ আছোঁ।
mai aattaaikeittaa pryyojaniiyya bhekachinei la'lo gatike etiyyaa mai becchibhaaga bemaarr paraa niraapada hai aaccho.
1,491
মোৰ বন্ধুসকলৰ বেয়া অভিজ্ঞতা হৈছিল আৰু আপোনাৰ পৰা পানীৰ ফিল্টাৰটো কিনিব নালাগে বুলি মোক কৈছিল। মই তেওঁলোকৰ কথা শুনিব লাগিছিল। (গ্ৰাহক)
mor bndhusakalar beyaa abhij~nataa haicchila aaru aaponaar paraa paaniir philttaartto kinib naalaage buli moka kaicchila mai teoommlokar kathaa shunib laagicchila (graahaka)
162
দেউতা, ডাক্তৰজনে হাতত দেখোন বহুত ডাঙৰ বেজী এটা লৈ আহিছে। ই দেখাত বৰ ভয়লগা।
deutaa, ddaaktarjane haatata dekhona bhuta ddaa~ ar bejii ettaa lai aahicche i dekhaata br bhayalagaa
2,350
ভৱিষ্যত প্ৰজন্মৰ বাবে এইবোৰ সংৰক্ষণ আৰু উপস্থাপন কৰিবলৈ আমি যিমান পাৰো চেষ্টা কৰি আছোঁ।
bhavisshyata prjanmar baabe eibor sammrkssha a aaru upasthaapana kariblai aami yimaana paaro chesshttaa kari aaccho.
651
টাইটানিকলৈ যাত্ৰা কৰা এই ছাবমাৰ্চিবলবোৰ নিৰাপত্তাৰ প্ৰমাণ-পত্ৰ অবিহনে চলোৱা হৈছিল বুলি জানি মোৰ খং উঠিছে। (ব্যক্তি ১)
ttaaittaanikalai yaatraa karaa ei cchaabmaarchiblabor niraapattaar prmaa a-patr abihane chalovaa haicchila buli jaani mor khamm utthicche (byakti 1)
1,105
ইমান মিঠা মধুৰি আম মই কেতিয়াও খাই পোৱা নাই!
imaana mitthaa madhuri aama mai ketiyyaao khaai povaa naai!
1,084
আপোনালোকে আপোনালোকৰ প্ৰজেক্টৰ বাবে ইমান বেয়া কন্টেন্ট কিয় সৃষ্টি কৰিছে?
aaponaaloke aaponaalokar prjekttar baabe imaana beyaa kanttentta kiya srrrrisshtti karicche?
411
উদাহৰণস্বৰূপে, মন কৰিব যে যদি ব্ৰেকবোৰৰ কিছু মেৰামতিৰ প্ৰয়োজন হয়, যদি ভিতৰৰ অংশ ভালদৰে চাফা কৰাৰ প্ৰয়োজন থাকে, বা গাড়ীখনত কেইটামান আঁচোৰ পৰিছে আৰু শব্দ কৰি আছে।
udaahar asbruupe, mana karib ye yadi brekaborr kicchu meraamatir pryyojana hayya, yadi bhitarr ammsha bhaaladare chaaphaa karaar pryojana thaake, baa gaaddiikhanata keittaamaana aa. chor paricche aaru shabda kari aacche
2,760
ভয়ংকৰ গোন্ধটোৰ পৰা হাত সাৰিবলৈ মই ৰুমাল এখন নাকত হেঁচা মাৰি ধৰিব লগা হৈছিল।
bhayammkar gondhattor paraa haata saariblai mai rumaala ekhana naakata he. chaa maari dharib lagaa haicchila
1,322
আমি বৰ ফূৰ্তি পাইছো কাৰণ ইলেক্ট্ৰিক ট্ৰান্সফৰ্মাৰটো চালু কৰি ৰাখিবলৈ আমি মাজনিশা কৰা কামৰ প্ৰশংসা কৰি কোনো গ্ৰাহকে কেতিয়াও আমাক ৰাতিপুৱাৰ আহাৰ খাবলৈ লৈ যোৱা নাই। (ই.বি. কৰ্মচাৰী)
aami br phuurti paaiccho kaar a ilekttrika ttraansapharmaartto chaalu kari raakhiblai aami maajanishaa karaa kaamar prshammsaa kari kono graahake ketiyaao aamaaka raatipuvaar aahaar khaablai lai yovaa naai (i.bi. karmachaarii)
1,642
আপোনাৰ সৈতে আলমাৰীৰ বিকল্পসমূহৰ বিষয়ে আলোচনা কৰাৰ ধাৰণাটোৱে মোক খাটাংকৈ আচৰিত কৰি তুলিছে।
aaponaar saite aalamaariir bikalpasamuuhar bisshaye aalochanaa karaar dhaar aattove moka khaattaammkai aacharita kari tulicche
927
তুমিয়েই মোৰ চেম্পিয়ন আছিলা! তোমাৰ অবিহনে মই যে এই কামটো কৰিবই নোৱাৰিলোঁহেঁতেন।
tumiyei mor chempiyana aacchilaa! tomaar abihane mai ye ei kaamatto karibi novaarilo. he. tena
30
মই ইয়াত মোৰ সময় নষ্ট কৰিবলৈ অহা নাই! মই এই চৰিত্ৰটো ল'বলৈ আহিছোঁ।
mai iyaata mor samaya nasshtta kariblai ahaa naai! mai ei charitrtto la'blai aahiccho.
764
নেতৃত্বৰ দলটোৱে হঠাতে এটা ভয়ংকৰ খবৰ দিলে যেতিয়া মই কেতিয়াও আঁতৰাব নোৱাৰে বুলি ভবা মোৰ বছজনক তেওঁলোকে বহিস্কাৰ কৰিছিল।
netrrrritbr dalattove hatthaate ettaa bhayammkar khabr dile yetiyaa mai ketiyaao aa. taraab novaare buli bhabaa mor bcchajanaka teoommloke bhiskaar karicchila
2,399
এক ইতিবাচক শিক্ষণ পৰিৱেশ সৃষ্টি কৰিবলৈ আমি আমাৰ উজাৰি চেষ্টা কৰোঁ, কিন্তু এইটো সদায় নিখুঁত নহয়।
eka itibaachaka shikssha a parivesha srrrrisshtti kariblai aami aamaar ujaari chesshttaa karo. , kintu eitto sadaaya nikhu. ta nahaya
932
End of preview. Expand in Data Studio

Dataset Card for "assamese-tts-train"

More Information needed

Downloads last month
132