Dataset Viewer
Auto-converted to Parquet
audio
audio
text
string
কৃষকৰ বজাৰৰ স্থিতি
এই বাৰ চিলনী জীয়েকে কাপোৰ দিব নোৱাৰিলে সদাগৰে শুদাই নেৰে
আজি পাঁচদিনত ভৰি দিয়া প্ৰতিবাদী অনশনলৈ
কি হল অ বেঙে মুতা থৰ হৈ আছ
হৃদয়ৰ স্বতঃস্ফূৰ্ত তাগিদা আৰু সততা সেই কলমৰ একমাত্ৰ চালিকাশক্তি হওক
মোক যিমানেই শিলা বৰ্ষণ নকৰক সমাজে মই সহিম তেওঁৰ বাবে
ইউৰোপীয় অভিযানকাৰীসকলৰ আগমণৰ মাত্র কিছু বছৰৰ ভিতৰতে স্পেনিশ্ব বিজয়ী সকলৰ আগ্রাসনত টাইন’জসকলৰ জনসংখ্যা বিপুল হাৰত কমি যায়।
সি নিজৰ ৰসত নিজে বুৰ গৈ উচ্চ নিনাদেৰে হাঁহিলে
আজি মোৰ চকুৰ আগত হাতত কাগজ কলম নাছিল
নতুন সংস্কৃতিৰ কাৰণে এক সহজ সময় সহাৱস্থান কৰা যাত্ৰীসকলৰ কেতিয়াবা তেওঁলোকৰ থলুৱা সংস্কৃতিক পুনৰ সহাৱস্থান কৰিবলৈ এক নিদিষ্টভাৱে কঠিন সময় থাকে৷
সিহঁতে মাটিত বগৰাই পেলালে
গম কাহিনীবোৰ লিখে গল্প লিখে কিয় লিখে বেপাৰ কৰে নেকি
নতুন চৰকাৰখনে বণিকৰ মুনাফাৰ অংশ হ্ৰাস কৰি
গোষ্ঠী নিৰপেক্ষ কাৰণ মহাবিদ্যালয়ৰ কোনো ৰাজনীতিতেই আমাৰ সহযোগ নাই
উদাহৰণ স্বৰূপে, শিক্ষা-দীক্ষাত পিছপৰা বুলি জনজাত সংখ্যালঘূ বর্ণৰ ল’ৰা ছোৱালীয়ে সাধাৰণতে বিদ্যালয়ৰ পঢ়া-শুনাত ভাল ফল নেদেখুওৱা হয়, যেতিয়াৰ পৰাই তেওঁলোক তেওঁলোকৰ গোত্রটো শিক্ষা-দীক্ষাত পিছপৰা বুলি জড়িত থকা ধাৰণাটোৰ সৈতে পৰিচিত হয়।
কোৰ্টত থিয় হৈ থকা এজন টেনিছ খেলুৱৈ
বজালী মহকুমাৰ নিত্যানন্দ সৰভোগ আদি অঞ্চল
কোনেও একো নোকোৱা দেখি ফচঙে পখৰালৈ চাই তেলিয়াই সুধিলে
তেতিয়াই ৰজাৰ হাতনি থৈ দিলে
পৃথিৱীৰ আটাইতকৈ প্ৰাৰম্ভিক সৰ্বজন বিদিত কিতাপ লিখা হৈছিল সংস্কৃতত। উপনিষদবোৰৰ সংকলনৰ পিছত, সংস্কৃত মাত্ৰ নিস্তেজ হৈছিল বৰ্গীকৰণৰ বাবে।
সেই দিনা দুপৰীয়া সিহঁতৰ ভালকৈ খোৱা বোৱা নহলেই
শত্ৰু যেন লগা হৈছিল সৰুতে কোঁচত লৈ নিচুকণি গীত গাই
মাইকী মানুহ এজনীৰ ফটো এখন দেখিলে
ইয়াক ষ্টেনবুল ষ্টেট চিম্ফনী অৰ্কেষ্টাই পালন কৰিছিল, এটা জানিচাৰি বেণ্ড, আৰু গায়ক আছিল ফেইথ আৰ্কক আৰু মুছুলাম গাৰছেছ।
সখি মই এতিয়া তোমাক খাব পাওঁ
গজেন ইংতিৰ লগতে অসম আন্দোলনত প্ৰাণ বিসৰ্জন দিয়া
চাৰিটা বাঁহৰ চুঙাত এজোলাকৈ কপাহ সুমোৱাই
এই আয়োজনত অৰ্ধশতাধিক মিচিং জনগোষ্ঠীৰ কবিয়ে
তাৰ কাপোৰৰ বজ্ৰাঘাটত টেবুলখনৰ ওপৰতে থকা সৰু সৰু বটল
শেষৰ টুকুৰা চুকুৰা কণীটোত পুনৰ লগ লাগোঁতে
ভাইকিঙে ব্লেক চি আৰু কাস্পিয়ান চিলৈ যাবৰ বাবে ৰাছিয়াৰ জলপথ ব্যৱহাৰ কৰিছিল। সেই পথবোৰৰ কিছু কিছু অংশ এতিয়াও ব্যৱহাৰ কৰিব পাৰি। বিশেষ অনুমতিৰ বাবে সম্ভৱপৰ ব্যৱস্থা লওক, যিটো লাভ কৰা জটিল হ’বও পাৰে।
এটা টিভি ষ্টেণ্ড
তাত নতুন খবৰ কাগজ পাৰি ললে
পৰম্পৰাগতভাৱে চলি অহাৰ দৰে আজিও কোনো হোৱা নাই
মছ (যাক এলক বুলিও জনা যায়) স্বাভাৱিকতে খঙাল নহয়, কিন্তু সিহঁতে বিপদৰ অনুমান কৰিলে নিশ্চয় আত্মৰক্ষাৰ চেষ্টা কৰিব।
কুকুৰক কলে মাৰ মহ নিওঁ শিং খান্দো মাটি
দুপইচা বেছিকৈয়ে খৰছ কৰিবলৈ সদা সষ্টম হৈ থাকে
তোলো পানী পখাঁলো ঠোঁট
বিলখনত কেলিফৰ্ণিয়া ৰাজ্যত বিক্ৰী কৰা উগ্ৰ ভিডিঅ' গেমৰ বিলৰ প্ৰয়োজন, ইয়াত "18" আৰু কম বয়সীয়া লোকক বিক্ৰী কৰিলে প্ৰতি অপৰাধত $1000 কৈ জৰিমনা ভৰিব লাগিব বুলি লিখা থাকিব লাগিব। "
তাই মোতকৈ ডাঙৰ ।
দেশ স্বাধীন হোৱাৰ আগভাগত, চিংগাপুৰৰ উদ্ভিদবিদ্যা বাগিচাই দ্বীপটোক এখন অলংকাৰ বহুল বাগিচা মহানগৰলৈ পৰিবৰ্তন কৰাত বিশেষভাৱে সহায় কৰিছিল।
পিঠিখনৰ বিষত থাকিব পৰা নাই সোঁ হাতখনৰ বাহুটোতো কিবা এটাই কামোৰা যেন অনুভৱ হ ল
অলপ সালসলনি কৰাটো ভাল বুলি ভাবিলোঁ ঠাইত মই দায়িত্ব দিলোঁ
তাইক বাহিৰেও অধিক সময় থাকিবলৈ বাধ্য কৰিব পাৰিলো হয়
মমবাতিৰ ষ্টেণ্ডত ধাতুৰ বক্ৰ ভৰি
ইয়াত ম‍ই দাৰোগা জনে আকৌ কলে
নিশ্চিত হওক যে আপুনি কি কৰিব পাৰে আৰু আপুনি লগত আনিব নোৱাৰিব তাক জানে আৰু প্ৰকৃত সীমাবদ্ধতাৰ ভিতৰণে যিকোনো ঘোষণা কৰক।
মই যাওঁতে তোমাক ফোন কৰিম।
আদালতৰ শেষত জালত ঢাকি থোৱা বেৰ
নানা স্তৰত নানাজন সুবিধাবাদীৰ লোলুপ দৃষ্টিৰে
কেনিয়'নিং (বা কেনিয়'নিয়েৰিং) হৈছে পানীৰে ভৰা বা শুকান অৱস্থাত থকা গভীৰ খাদৰ তললৈ নামি যোৱা কার্য।
ৰাস্তাত বগা চৰিত্ৰ
কথাষাৰ শুনা মাত্ৰকে দুই ককাই ভায়েকে গিৰিপকৰে উঠি
এগাল টকা ঘটি লব পাৰোঁ তেন্তে ভালেই হয়
তথাপি তাই কলে কিমান দিনৰ মূৰত যে তোমাক লগ পাইছো
দুমাহ মানৰ পিছ্ত দেখা পাইছিলো আকৌ তেওঁক
শ্ৰীমতীৰ ইতিমধ্যে মুখমণ্ডল আৰু চুলিৰ প্ৰসাধন কাৰ্য্য খিনি শেষ হৈছে
স্বৰ্গখন ঢুকি পোৱা যেন লাগি গপত ওফন্দি পৰিল
হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান
ফাষ্ট ফুড হট ডগ আৰু পিয়াজৰ আঙুঠি
আৰু ঠিক সো মাজতে লেলিহান শিখাৰে জ্বলিছে টায়াৰ
তীজ উৎসৱটি নেপালী জনগোষ্ঠীৰ মহিলা সকলৰ বাবে
এনেয়ে পৰি থকা ঠাইটুকুৰা দেখুৱাই বাহাদুৰ কায়ে সিহঁতক কয়
যি সমালোচনা কৰিছে পুজিঁবাদৰ তাড়নাতহে কৰিছে
সদায় সেই একেই সাধাৰণ সাজপোছাক কিন্তু পৰিপটি তাইৰ কোনো নাই নেকি
এটাৰ পাছত আন এটা আক্ৰমণেৰে সিহঁতে আমাৰ দলটোৰ ৰক্ষণ বিভাগক ব্যতিব্যস্ত কৰি ৰাখিলে
বেচেৰী মধুৱে আমাৰ উত্‍পাতত বৰ আমনি পাইছিল
বুঢ়ীৰ ভাতঘুমতি আহিল
প্ৰধান দাৰোগাই দেখ নেদেখ এটি তাচ্ছিল্যৰ হাহিঁৰে কৈ উঠিল
ফচঙে কিবা অস্পৃশ্য বস্তু লগাৰ দৰে তাইক ভৰিৰে
হ'ব।
আমেৰিকা জাৰ্মানী আৰু ৰাছিয়া নামৰ দেশ তিনিখনৰ মুৰব্বী
1976 চনৰ বাচনিৰ সময়ছোৱাত তেওঁ বিদেশী পলিচিৰ সম্পৰ্কত কাৰ্টাৰক উপদেশ দিছিল, তাৰ পিছিত তেওঁ 1977ৰ পৰা 1981চনলৈকে হেনৰি কিচংগাৰৰ পাছত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা (NSA) ৰূপে সেৱা আগবঢ়াইছিল।
কালি পুৱাৰে পৰাই ঋষিতুল্য সাহিত্যিকগৰাকীৰ
মন্ত্ৰী মহাশয়েও আজি বিশ্ববিদ্যালয় ভ্ৰমণ কৰি এই
কি হল ছাৰ বুলি সি সাৰ পাইছিলহি
মই বজাৰ কৰিবলৈ যাব বিচাৰো ।
সুমন্তৰ সেই ঈৰ্ষণীয় সময়খিনি কস্তুৰীয়ে অনায়াসে পাই গৈছিল
এইটো এটা কঠিন হালধীয়া খণ্ড
কোনো খবৰো পঠিওৱা নাই কলৈ গল ছোৱালীজনী কাক সোধোঁ ঝৰ্ণাও নাই
যায় আৰু বাইদেউ আহিছেনে নাই কমন ৰুমত গৈ চাইগৈ তেনেতে সি বাইদেউ দুগৰাকীয়ে
চম্পাৱতীয়ে গিৰিয়েকৰ কথা শুনি ৰলত
আমি স্কুলৰপৰা ঘৰলৈ আহি অলপ জিৰাই সদায় টিউচনলৈ যাওঁ
আমিনগাঁওস্থিত যুৱ বিকাশ কেন্দ্ৰৰ উদ্যোগত
চিনেমাখনৰ ২ টা গীত, অডিচন (ড্য ফুলছ হু ড্ৰীম) আৰু চিটী অৱ স্টাৰছে, মনোনয়ন পাইছিল সৰ্বশ্ৰেষ্ঠ মূল গীতৰ। লায়নছগেট ষ্টুডিঅʼই ২৬টা মনোনয়ন পাইছিল – বাকী আন কোনো ষ্টুডিঅʼতকৈ অধিক।
মেট্ৰ'প্লাছ অধিক আৰামদায়ক আৰু কম হুলস্থূলিয়া হয় কিন্তু অলপ অধিক ব্যয়বহুল হয়, ইউৰোপত সাধাৰণ মেট্ৰ' টিকটসমূহতকৈও সস্তা হয় যদিও৷
আৰ্মেনিয়াৰ সমৰ্থনত, এখন নতুন গণৰাজ্যৰ স্থাপনা কৰে। তথাপি, কোনো প্ৰতিষ্ঠিত দেশে – আনকি আৰ্মেনিয়াই – আনুষ্ঠানিকভাৱে স্বীকৃতি নিদিয়ে ।
তীখৰ সোমাই গৈ চোতালতে মৰণাৰ ওচৰতে বহিল গিৰিহঁতে
মুম্বাইত পাঁচ জনকৈ যুৱকৰ মৃত্যু ঘটিছে
PBS দর্শনীত 2 ডজনতকৈ অধিক এমি বঁটা প্রদান কৰা হয় আৰু ইয়ালৈ মানুহৰ যি সোঁত বয় সেয়া কেৱল চেচেমি ষ্ট্রিট আৰু মিষ্টাৰ ৰ’গাৰৰ চুবুৰীতকৈ চুটি হ’ব।
ইয়াৰ দ্বাৰা ময়লাসমূহ আঁতৰাই মুখমণ্ডল ৰোগমুক্ত কৰি ৰখা হয়
এনেহেন অৱশ্যাম্ভাৱী মৃত্যুৰ বহনকাৰী কাঁড়ডালৰ সন্মুখত
দেখি সি আচৰিত হল কিন্তু তাৰ মনলৈ নাহিল
আজিৰ দিনটোত আমি পাব পাৰোঁ ইয়াৰ পথ মাথোঁ আজিৰ ফুটবল খেলখনত বিজয়ী হোৱা হয়
শাৰীত দ্বিতীয় চৰাই
দ্বিতীয় মহলাত এটা বাৰান্দা আছে
দেশৰ স্বাধীনতা আৰু স্বাৱলম্বিতাৰ ক্ষেত্ৰত পুৰুষৰ লগতে নাৰীৰ অৱদানো অনন্য সাধাৰণ
আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষেই মহন্ত মাউতৰ লগ বিচৰাৰ
দৃশ্যটো দেখি টকলুৱে মুখ বিকটাই দিলে
ভয়ত কুমাৰণীৰ অণ্ঠ কণ্ঠ শুকাই গল
End of preview. Expand in Data Studio
README.md exists but content is empty.
Downloads last month
28