idx
int64 0
141k
| src
stringlengths 5
1.52k
| tgt
stringlengths 5
8.31k
|
---|---|---|
140,600 | Seek Backwards | পিছফালে সন্ধান কৰক |
140,601 | The target doesn't support symbolic links. | নিৰ্দিষ্ট বস্তু দ্বাৰা সাংকেতিক-সংযোগ সমৰ্থিত নহয়। |
140,602 | Amid such darkness, Jehovah is causing light to shine for the sake of meek ones. | ইয়াত যিচয়াই কোনখন নগৰৰ বিষয়ে বৰ্ণনা কৰিছিল? |
140,603 | Moreover, we do not fear the pestilence that walks in the gloom. | ‘ আমালৈ কোনো বিপদ নঘটিব ’ |
140,604 | Why is it important to use the Bible when replying to questions about our beliefs? When people ask us questions about our beliefs, we have a choice opportunity to show that we love Gods Word. | তাৰ উপৰিও এনে কিছুমান বিষয়ক বাছনি কৰক, সাধাৰণতে যিবোৰ বিষয়ত লোকসকলে প্ৰশ্ন সুধিব পাৰে আৰু তাৰ পৰা কিছুমান শাস্ত্ৰীয় বিষয়ক মনত ৰাখক । |
140,605 | But you cant blame them. | কিন্তু তেওঁলোককো দোষাৰোপ কৰিব নোৱাৰি। |
140,606 | Special assembly was conducted. | খোৱা-বোৱাৰো বিশেষ আয়োজন কৰা হৈছিল। |
140,607 | The Prime Minister emphasized the importance of nutrition in a childs physical and cognitive development. | প্রধানমন্ত্রীয়ে অংগনৱাড়ী কর্মীসকলৰ সৈতে কথা প্রসংগত শিশুৰ শাৰিৰীক আৰু মানসিক বিকাশত পুষ্টিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। |
140,608 | A prophecy uttered some 400 years earlier is fulfilled. | প্ৰায় ৪০০ বছৰৰ পূৰ্বে কৰা ভৱিষ্যতবাণীৰ পূৰ্ণতা দেখিবলৈ পোৱা গ’ল । |
140,609 | "Select the search option ""Name matches regular expression""" | "সন্ধান কৰ্মৰ ""ৰেগুলাৰ এক্সপ্ৰেশনৰ সৈতে মেলানো নাম"" বিকল্প বাছক" |
140,610 | The condition of the dead is made clear at Ecclesiastes 9: 5, 10, where we read: The dead know nothing... | মৃতবিলাকৰ অৱস্থাৰ বিষয়ে উপদেশক ৯ : ৫, ১০ পদত এইদৰে কৈছে: “মৃত লোকবিলাকে একোকেই নাজানে,... |
140,611 | They are grouped together in island universes called galaxies. Some galaxies contain a billion stars. Others contain about a trillion. | এই বিষয়ে জানিবলৈ আকাশত থকা তৰাবোৰৰ কথা বিবেচনা কৰক । |
140,612 | But they would need to take courage. What encouragement did Paul provide for the Philippians? | সাহসী হোৱাটো এক শক্তিশালী কাৰণ নহয়নে বাৰু! |
140,613 | For 18 months Paul resided in the home of Priscilla and Aquila in Corinth. | তেওঁলোকে একেলগে তম্বু মেৰামত আৰু নিৰ্ম্মাণ কৰা কামত ভাগ লৈছিল । |
140,614 | In the wake of the widespread protests and outrage, Gauhati University (GU) has postponed the examination which was scheduled to be held on Wednesday i.e | ব্যাপক বিৰোধ তথা আন্দোলন চলি থকা মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ে বুধবাৰ ১১ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব লগীয়া পৰীক্ষা স্থগিত কৰে । |
140,615 | Slow Keys Turned Off | ধীৰ কী সম্পৰ্কিত সতৰ্কবাণী |
140,616 | Switch to workspace 2 | কৰ্মস্থান ২লৈ যাওক |
140,617 | Ending a process may destroy data, break the session or introduce a security risk. Only unresponsive processes should be ended. | প্ৰক্ৰিয়া সমাপ্ত কৰিলে তথ্য নষ্ট হব পাৰে, অধিবেশন বিপৰ্যত্ত হব পাৰে অথবা সুৰক্ষাজড়িত সমস্যা উৎপন্ন হব পাৰে। কেৱল প্ৰতিক্ৰিয়া নকৰা প্ৰক্ৰিয়াসমূহে সমাপ্ত কৰিব লাগে। |
140,618 | Jesus also showed loyalty to his faithful apostles. | ( ক) আমি যীচুৰ দৰে চলিবলৈ কি কৰা উচিত? |
140,619 | Alam was elevated as the Chief Justice of the Madhya Pradesh High Court. | ন্যায়াধীশ অমৰেশ্বৰ প্ৰতাপ শ্বাহীক মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে বদলি কৰা হৈছিল। |
140,620 | But itll happen slowly and gradually. | কিন্তু ই সাময়িকহে আৰু লাহে লাহে স্বাভাৱিক অৱস্থালৈ আহি যাব। |
140,621 | Update not found | আপডেইট পোৱা নাযায় |
140,622 | But such thinking could lead us to turn our attention away from spiritual things and toward material goals, distractions that can make us spiritually drowsy. Luke 8: 14. 21: 34, 35. | কিন্তু তেনে ধৰণৰ বিচাৰধাৰাই আমাৰ মনোযোগ ভঙ্গ কৰি ভৌতিক বস্তুৰ প্ৰতি আকৰ্ষিত হ’বলৈ পৰিচালিত কৰাৰ উপৰিও আধ্যাত্মিকতাক ধ্বংস কৰিব পাৰে । — লূক ৮ : ১৪. ২১ : ৩৪, ৩৫. |
140,623 | Makes Ekiga call the given URI | নিৰ্দিষ্ট URI ক Ekiga এ কল কৰিব |
140,624 | Click to edit the selected palette | নিৰ্বাচিত পেলেট সম্পাদন কৰিবলৈ ক্লিক কৰক |
140,625 | The rain is not. | বৰষুণ নাথামে৷ |
140,626 | Police service is service for the public. | আৰক্ষী অৰ্থাৎ পুলিচ জনতাৰ সেৱাৰ বাবে। |
140,627 | """It's alright." | “অ পোৱালিয়ে ঠিক কৈছে। |
140,628 | An accident could happen any moment. | যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে দলংখনত অঘটন। |
140,629 | Attends the event. | অনুষ্ঠানটোত উপস্থিত থাকে। |
140,630 | The investigation is still going on into the incident. | ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। |
140,631 | The certificate provided cannot be used with the selected key exchange algorithm. | প্ৰদান কৰা প্ৰমাণপত্ৰ নিৰ্বাচিত কি' সলনি এলগৰিথমৰ লগত ব্যৱহাৰ কৰিব নোৱাৰি। |
140,632 | Numerous times during Jesus ministry, his enemies sought to kill him because of his powerful witness. | যীচুৱে দিয়া প্ৰভাৱকাৰী সাক্ষীৰ বাবে তেওঁৰ শত্ৰুবিলাকে বহুবাৰ তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল । |
140,633 | This is the initiative of Ek Bharat, Shreshtha Bharat. | সেয়া হৈঠে ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’। |
140,634 | (In other frame) | (পৃথক ফ্ৰেমেত) |
140,635 | However, Jesus replies: I tell you, If these remained silent, the stones would cry out. Luke 19: 38 - 40. Matthew 21: 6 - 9. | কিছু সপ্তাহৰ আগতে যীচুৱে লাজাৰক পুনৰুত্থান কৰা কাৰ্য্যক বহুতে দেখিছিল । |
140,636 | However, we can expect hardships, for Jesus warned: Brother will deliver up brother to death, and a father his child, and children will rise up against parents and will have them put to death. | একেই সময়ত আমি এইটো মনত ৰখা উচিত যে শস্য চপোৱাসকলে এক বিশেষ পদ্ধতিৰে তেওঁলোকৰ কাৰ্য্য সম্পন্ন কৰে । |
140,637 | She commands Jacob to bring her two kids of goats. She will prepare a dish her husband is fond of. | পুনৰাই বৃদ্ধ - অৱস্থাতো ৰিবেকাৰ দৃঢ়সংকল্প আৰু উৎসাহ দেখিবলৈ পোৱা গৈছিল । |
140,638 | ( b) How can we avoid cultivating a love of things in the world? | এই জগতত এনে কোনো নাই যে যিয়ে আমাক ঈশ্বৰৰ কাষ চপাত সহায় কৰিব । |
140,639 | Text of PMs address to the nation on the eve of New year 2017 | নৱবৰ্ষৰ প্ৰাকমূহুৰ্তত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ অসমীয়া ৰূপান্তৰ |
140,640 | The meeting will also be attended by Prime Minister Narendra Modi. | এই বৈঠকত বিজেপি নেতৃত্বৰ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও উপস্থিত থাকিব। |
140,641 | Over 10 lakh animals have also been affected | বানত প্ৰভাৱিত হৈছে ১০ লাখতকৈ অধিক জীৱ জন্তু ৷ |
140,642 | These may well include individuals who were once enlightened but who did not keep on the watch. What does not knowing when the end will come allow us to do? | ইয়াৰ সৈতে হয়তো সেই ব্যক্তিসকলো সন্মিলিত আছে, যিসকলে এসময়ত আধ্যাত্মিকভাৱে সজাগ আছিল, কিন্তু পিছলৈ পৰ দি থকাত বিফল হ’ল । |
140,643 | Whether the item should receive extra space when the toolbar grows | টুলবাৰৰ আকৃতি বৃদ্ধি পেলে জিনিষটি অতিৰিক্ত স্থান দখল কৰিব নে নাই |
140,644 | People are afraid to call it out. | কথা সুধিবলৈ তেওঁক মানুহে ভয় কৰে। |
140,645 | Young Christians who belong to God - fearing families must realize that they cannot live off the faith of their parents. | ( ১ থিচলনীকীয়া ৫ : ২১) সত্যত ডাঙৰ - দীঘল হোৱা ল’ৰা - ছোৱালীবিলাকে পিতৃ - মাতৃৰ বিশ্বাসত নিৰ্ভৰ হোৱাৰ পৰিৱৰ্তে নিজস্ব বিশ্বাস বিকশিত কৰা উচিত । |
140,646 | It is the political reality. | এয়া ৰাজনৈতিক বাস্তৱ। |
140,647 | On the contrary, the apostle Paul told Christians in Philippi: The things that you learned as well as accepted and heard and saw in connection with me, practice these. and the God of peace will be with you. | ( ২ কৰিন্থীয়া ৪ : ৪. ১ যোহন ৫ : ১৯) সেইবাবে যিহোৱাৰ প্ৰতি অখণ্ডতা বজাই ৰাখাত বাধা উৎপন্ন কৰা সকলোধৰণৰ বস্তুৰ পৰা আঁতৰি থকা আৱশ্যক । |
140,648 | Assam issues new quarantine rules for women and senior citizen returnees | বহিঃৰাজ্যৰ পৰা অহা বয়স্ক ব্যক্তি-মহিলাৰ বাবে নতুন কোৱাৰেণ্টিন নিয়ম প্ৰৱৰ্তন অসম চৰকাৰৰ |
140,649 | They would confidently leave the outcome of matters in Jehovahs hands and rely on him for the strength to endure. Luke 22: 42. | মণ্ডলীৰ প্ৰাচীনসকলে কিয় নম্ৰ হোৱা উচিত? |
140,650 | Sheep and background hill: Pictorial Archive (Near Eastern History) Est. | ভেৰা আৰু পৃষ্ঠভূমিত থকা পাহাৰ: Pictorial Archive (Near Eastern History) Est. |
140,651 | Free legal service camp | তিনিচুকীয়াত বিনামূলীয়া আইন সেৱা শিবিৰ |
140,652 | 90% files in the main Ministry are being submitted through e-Office | মন্ত্ৰালয়ৰ ৯০% মূল ফাইল ই-অফিচৰ সহায়ত পৰিচালন কৰা হয়৷ |
140,653 | A good relationship with God and a happy family life cannot be bought with money | ঈশ্বৰৰ সৈতে এক উত্তম সম্পৰ্ক গঢ়ি তুলা আৰু এক সুখী পৰিয়াল কোনো ধনে প্ৰদান কৰিব নোৱাৰে |
140,654 | PM said, Greetings on World Consumer Rights Day. | এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বিশ্ব উপভোক্তা অধিকাৰ দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনাইছো। |
140,655 | The Lords Supper Has Great Meaning for You DOES the Lords Supper have significant and lasting meaning for you? | প্ৰভুৰ ভোজনে আপোনাৰ বাবে এক গভীৰ অৰ্থ ৰাখে |
140,656 | He knows that his time is short, so he wages war against true Christians. | তাৰ বিপৰীতে, হাগাৰৰ হৃদয় অহঙ্কাৰ হৈ পৰে । |
140,657 | The present one is no exception. | বৰ্তমানো ইয়াৰ ব্যতিক্ৰম নহয়। |
140,658 | The Prime Minister Shri Narendra Modi will inaugurate The Delhi End TB Summit at VigyanBhawan in the capital tomorrow. | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিল্লী যক্ষ্মা ৰোগ নিৰ্মূলকৰণ সন্মিলনৰ উদ্বোধন কৰিব। |
140,659 | I viewed the spirit coming down as a dove out of heaven, and it remained upon him. | এই মানুহে অনেক অনেক আচৰিত চিন দেখুৱাইছে । ” |
140,660 | (The author, a retired officer of the Indian Administrative Service. | (লেখক ভাৰতীয় প্রশাসনীয় সেৱাৰ অৱসৰপ্রাপ্ত বিষয়া৷ |
140,661 | They were predicted and came precisely as indicated. | দহোটা ক্লেশ কোনো সমকালীন ঘটনা নাছিল । |
140,662 | The change ... | পৰিৱৰ্তন হ’ল চৰকাৰঃ . |
140,663 | I was studying in eighth standard. | মই অষ্টম শ্ৰেণীত সংস্কৃত লৈছিলোঁ। |
140,664 | Finding answers to these questions is a must. | এই সমুহ প্ৰশ্নৰ উত্তৰ জানিবলৈ চাব লাগিব বাস্তুজ্ঞান । |
140,665 | The Prime Minister, Shri Narendra Modi has congratulated the Indian scientists, who are among the recipients of the Special Breakthrough Prize in Fundamental Physics. | প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৌলিক পদাৰ্থ বিজ্ঞানত বিশেষ সাফল্যৰ পুৰস্কাৰ লাভ কৰা বিজ্ঞানীসকলৰ মাজৰ ভাৰতীয় বিজ্ঞানীসকলক অভিনন্দন জনাইছে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি কয়, ‘‘মৌলিক পদাৰ্থ বিজ্ঞানৰ দৰে এটা বিষয়ৰ মাধ্যমেৰে চমকপ্ৰদ সাফল্য অৰ্জন আৰু বিশেষ সাফল্যৰ বঁটা লাভ কৰি ভাৰতক গৌৰৱান্বিত কৰা বিজ্ঞানীসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো৷ এই বিজ্ঞানীসকলক মধ্যাকৰ্ষণ শক্তি তৰঙ্গ চিনাক্তকৰণৰ দৰে এক চমকপ্ৰদ সাফল্যৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে৷’’ |
140,666 | But this is actually worth a thought. | কিন্তু কথাটো সঁচাকৈয়ে মন কৰিবলগীয়া হৈছে। |
140,667 | There has been no official announcement on the matter. | অৱশ্যে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। |
140,668 | The disciple Jude wrote about murmurers who were disregarding lordship and speaking abusively of glorious ones, or responsible men in the congregation. | ( যিহূদা ৮) তেনে ব্যক্তিসকলে ঈশ্বৰৰ অনুমোদন লাভ কৰিব নোৱাৰে আৰু আমি তেওঁলোকৰ পৰা আঁতৰি থকাটো বুদ্ধিমানৰ কাৰ্য্য হ’ব । |
140,669 | Two youths drown in river | নগাঁৱত মাছ মাৰিবলৈ গৈ দুই কিশোৰৰ মৃত্যু |
140,670 | Display password dialog | পাছৱাৰ্ড ডাইলগ প্ৰদৰ্শন কৰক |
140,671 | _Update login records when command is launched | কমান্ড চলোৱা হ'লে লগিন তথ্য উন্নত কৰক (_U) |
140,672 | But talk is. | কিন্তু কথাতো হ’ল উপস্থাপন। |
140,673 | Name of default font to use | যি অবিকল্পিত ফন্টটি ব্যৱহাৰ কৰা হ'ব তাৰ নাম |
140,674 | Jeremiah wrote in the book of Lamentations: It is the acts of loving - kindness of Jehovah that we have not come to our finish, because his mercies will certainly not come to an end. | যিৰিমিয়াই সন্মূখীন হোৱা কঠিন পৰিস্থিতিৰ মাজতো সঠিক আৰু আনন্দিত মনোবৃত্তি বজাই ৰাখিছিল । |
140,675 | Two jackfruit. | বুঢ়ী পুতেক দুটা । |
140,676 | Rather, the love of money can be a cause even if not the only cause of all kinds of injurious things. | যি খ্ৰীষ্টানে ধনৰ প্ৰতি লোভ কৰিবলৈ আৰম্ভ কৰে, তেওঁহে সকলো প্ৰকাৰৰ সমস্যাক আমন্ত্ৰণ কৰে আৰু বিশ্বাসৰ পথৰ পৰা পিচলি পৰে । |
140,677 | Recently, Indias ties with China have been strained. | কাৰণ শেহতীয়াভাবে ভাৰতৰ সৈতে চীনৰ সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটিছে। |
140,678 | Workspace selector | কাৰ্য্যস্থান নিৰ্বাচক |
140,679 | Most of the expatriates in the region are from India, Pakistan, Bangladesh and the Philippines. | এওঁলোক মূলত ভাৰত,বাংলাদেশ, পাকিস্তান আৰু ইৰাণৰ পৰা অহা বিদেশী কৰ্মী। |
140,680 | The apostle Paul also reminds us that we have a wrestling... against the wicked spirit forces in the heavenly places. | পাঁচনি পৌলে ইয়াকো সোঁৱৰাই কৈছে যে, “আমাৰ মালযুদ্ধ... |
140,681 | NO. of ITIs covered | সামৰি লোৱা আই টি আইৰ সংখ্যা |
140,682 | What can we learn from this account of Paul and his five fellow workers? Let us look at one lesson in particular: It takes courage and self - sacrifice to come to the aid of others in their adversity. | যিসকল নম্ৰ, তেওঁলোকে সহায় গ্ৰহণ কৰিবলৈ ইচ্ছুক আৰু একেই পৰিস্থিতিত আনকো সহায় কৰিব পাৰে । |
140,683 | Border Area Development Programme | সীমান্ত অঞ্চল উন্নয়ন আঁচনি |
140,684 | She oversaw the construction of a road from Subarnarekha river to Puri for pilgrims. | তেওঁ তীৰ্থযাত্ৰীসকলৰ বাবে সুবৰ্ণৰেখা নদীৰ পৰা পুৰীলৈ এটা পথ নিৰ্মাণৰ পৰ্যৱেক্ষণ কৰিছিল। |
140,685 | Last self-test failed (read) | সৰ্বশেষ স্ব-পৰীক্ষণ ব্যৰ্থ হল (পঢ়ক) |
140,686 | I was shocked to hear about the news. | ” আচম্বিতে পোৱা সংবাদত মই বিমর্ষ হৈ পৰিছিলোঁ । |
140,687 | But all of this is vague. | কিন্তু সকলো নিশব্দ। |
140,688 | What's up with you? | “কি হৈছে তোমাৰ? |
140,689 | If activated, Eye of GNOME won't ask for confirmation when moving images to the trash. It will still ask if any of the files cannot be moved to the trash and would be deleted instead. | সক্ৰিয় থাকিলে, আবৰ্জনাৰ বাকচত ছবি স্থানান্তৰৰ সময়ত Eye of GNOME এ নিশ্চিতকৰণৰ বাবে নুশুধিব। ই কেৱল তেতিয়ায় শুধিব যেতিয়া কোনো ফাইল আবৰ্জনালে স্থানান্তৰ কৰিব নোৱাৰি আৰু মচি পেলোৱা হব। |
140,690 | I have become all things to people of all sorts, that I might by all means save some. 1 CORINTHIANS 9: 22. | “ কোনো কোনোবিলাকক পৰিত্ৰাণৰ পাত্ৰা কৰিবলৈ, সকলোলৈকে সকলো প্ৰকাৰ হলোঁ । ” — ১ কৰিন্থীয়া ৯ : ২২. |
140,691 | [ Picture on page 16] | [ ২৬ পৃষ্ঠাৰ ছবি] |
140,692 | So, what if our faith needs to be strengthened? | ( গালাতীয়া ৫ : ২২, ২৩) যদি আমাৰ বিশ্বাস দৃঢ় কৰাৰ প্ৰয়োজন, তেন্তে কি কৰা উচিত? |
140,693 | Was there a muse? | ঃ মেজৰ আছিল? |
140,694 | Error while copying. | কপি কৰোতে ত্ৰুটি। |
140,695 | _Burn a CD or DVD when a blank disc is inserted | ৰিক্ত ডিস্ক ভৰোৱা হ'লে CD অথবা DVD বাৰ্ন কৰা হ'ব(_B) |
140,696 | """I am doing well." | “মই শিৱক ভাল পাও। |
140,697 | In addition, walking with God is the most beneficial course possible. | ইয়াৰ বহুতো কাৰণ আছে । |
140,698 | Since human governments have proved to be either unable or unwilling to do so, God intends to replace them. | বহুতে স্বীকাৰ কৰে যে বাইবেলখন হৈছে এখন ভাল কিতাপ । |
140,699 | Assam and other states in the North East are witnessing agitations in the wake of the Citizenship Amendment Bill. | নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত চলি থকা আন্দোলনে অসম তথা উত্তৰ-পূবৰ বাহিৰেও ভাৰতৰ আন ৰাজ্যসমূহলৈ প্ৰসাৰতা লাভ কৰিছে। |
Subsets and Splits