idx
int64
0
141k
src
stringlengths
5
1.52k
tgt
stringlengths
5
8.31k
140,700
Todays announcement...
এতিয়ালৈ ঘোষণা .
140,701
Undo Actions Limit (DEPRECATED)
কাৰ্য্য বাতিলৰ সীমা (অবচিত)
140,702
What to say of it!
তেওঁৰ যি কথা কোৱাৰ সুৰ!
140,703
Jesus Christ identified Satan as the ruler of the world.
তেওঁ কৈছিল যে এই “জগতৰ অধিপতি ” হৈছে চয়তান ।
140,704
Opposition calls for probe
পৰীক্ষা পিছুৱাই দিবলৈ বিৰোধী নেতৃবর্গৰ আহবান
140,705
Warning details
সকীয়নিৰ বিশদ-বিৱৰণ
140,706
Whether this plugin would be activated by gnome-settings-daemon or not
এই প্লাগিন gnome-settings-daemon দ্বাৰা সামৰ্থবান কৰা হব নে
140,707
Such things are part of the human condition at present. Realizing this will help us to deal with suffering and misfortune when it occurs.
( উপদেশক ৯ :⁠ ১১) বৰ্তমান এইবোৰ হৈছে মানুহে সম্মুখীন হোৱা অৱস্থাৰ এটা অংশ ।
140,708
Similarly, many professed Christians readily acknowledge that Jehovah displays mercy, kindness, and forgiveness. yet they ignore or reject the fact that he does not give exemption from punishment.
তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ প্ৰতি অনাগ্ৰহী মনোবৃত্তি দেখুৱা নাই ।
140,709
What is your attitude toward the family study? Why not reflect upon such questions as: Am I wholeheartedly supporting the arrangement for Bible study in my family?
আপুনি নিজকে এইধৰণৰ প্ৰশ্নসমূহ কিয় নুসোধে: ‘ মোৰ পৰিয়ালত হোৱা পৰিবাৰিক বাইবেল অধ্যয়নক মই সম্পূৰ্ণ হৃদয়েৰে সহযোগ কৰোঁনে?
140,710
Even so, to save a neighbors life by warning him before an adversity can surely be considered an even more valuable neighborly deed.
বৰ্তমান সময়ত প্ৰাকৃতিক দুৰ্য্যোগতকৈ ভয়ানক এক বিপদ মানৱজাতিৰ ওপৰত আহিবলগা আছে ।
140,711
"""Every technology has both positive and negative potential."
"""সকলো বিষয়ৰ দৰেকৈ প্ৰযুক্তিৰো বাল বেয়া দুয়োটা দিশ আছে।"
140,712
Cayman Islands Dollar
কেমেন দ্বীপপুঞ্জName
140,713
A list of services that are available with this account will be shown under .
এই একাওন্টৰ সৈতে উপলব্ধ সেৱাসমূহৰ এটা তালিকা ৰ অন্তৰ্গত দেখুৱা হব।
140,714
Renowned singer Kailash Kher will perform at the opening ceremony.
অনুষ্ঠান উদ্বোধন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰে।
140,715
As David carries on his campaign against Israels enemies, Jehovah gives him one victory after another.
দায়ূদে ইস্ৰায়েলসকলৰ শত্ৰুবিলাকৰ অহিতে কৰিবলৈ যোৱা যুদ্ধত জয় হ’বলৈ যিহোৱা ঈশ্বৰে আশীৰ্ব্বাদ দিয়ে ।
140,716
There is no sin in that.
তাত পাপ-পূণ্যৰ কথা নাহে।
140,717
He was the first creature to lie about God, and he did so back in the garden of Eden.
ঈশ্বৰে সৃষ্টি কৰা আত্মিক প্ৰাণীসকলৰ ভিতৰত তেওঁৱেই প্ৰথম ব্যক্তি আছিল যিজনে এদন বাগিছাত মিছা মাতিছিল ।
140,718
There should be a high-level enquiry.
এক উচিত আৰু উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে।
140,719
Christians who lived in the first and second centuries C.E. were living at a time when the Roman Empire was at its zenith. The Pax Romana (Roman Peace) enabled commerce to flourish.
এনে সমৃদ্ধিশালী পৰিৱেশে উচ্চ বৰ্গৰ লোকৰ বাবে অধিক আৰামপ্ৰদ জীৱন শৈলী কঢ়িয়াই আনিছিল ।
140,720
States/districts covered:
সামৰি লোৱা ৰাজ্য/জিলাসমূহঃ
140,721
Among its contents, he discovered a bottle that caught his attention.
সি বটলটো খুলি ভিতৰত থকা পনীয়াখিন খালে আৰু এটা দুৰ্ঘটনা ঘটে ।
140,722
You, the one expressing abhorrence of the idols, do you rob temples?
হে দেৱমূৰ্ত্তিবোৰ ঘিণ কৰা জন, তুমি দেৱালয় লুট কৰা নে?
140,723
How to maintain a balance of mind?
কেনেকৈ বজায় ৰাখিব মনৰ সন্তুলন ইমান সাৱলীলভাৱে?
140,724
The apostle Paul answered that question when he wrote: By faith Enoch was transferred so as not to see death, and he was nowhere to be found because God had transferred him. for before his transference he had the witness that he had pleased God well.
হনোকে ৰাখা বিশ্বাসৰ বাবে আমি জানো যে তেওঁ যিহোৱা ঈশ্বৰক “বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা ” বুলি উপাসনা কৰিছিল ।
140,725
It was not written by God - inspired saints, but by power - seeking priests.
সেইবাবে চলিত এই কেইবছৰত এই ধৰ্ম্মবোৰ সাৰ্ব্বজনিকভাৱে নিন্দাৰ পাত্ৰ হৈছে । ”
140,726
You will get money from some unexpected source.
অ-প্ৰত্যাশিত উত্সৰ পৰা আপুনি ধন লাভ কৰিব।
140,727
But what is the way out?
কিন্ত ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ কি?
140,728
Do not delete feeds
ফীড আঁতৰাই নিদিব
140,729
Assam Journalists Oppose Citizenship (Amendment) Bill (CAB)
অসম সচিৱালয়ৰ কৰ্মচাৰী বৃন্দ ওলাই আহিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে।
140,730
Senior Secondary School.
সোণাৰাম হাইস্কুলৰ ওচৰত।
140,731
Decompressing archive
আৰ্কাইভ অসংকোচিত কৰা হৈছে
140,732
What confidence may Jehovahs people today feel as to their qualification as ministers?
আমাক ঈশ্বৰৰ বাক্যত শিক্ষক হিচাবে সুসজ্জিত কৰিবলৈ সেৱা সভাও এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে ।
140,733
With a multi-screen setup, you may have panels on each individual screen. This key identifies the current screen the panel is displayed on.
একাধিক-পৰ্দাসহ সংস্থাপনত আপুনি প্ৰত্যেক পৰ্দাৰ বাবে পেনেল ৰাখিব পাৰে। বৰ্তমানে পেনেল প্ৰদৰ্শনকাৰী পৰ্দা এই কি'ৰ দ্বাৰা চিনাক্ত কৰা হয়।
140,734
The rotation angle on the X axis
X অক্ষত ঘূৰ্ণন কোণ
140,735
JP Nadda was the Health Minister in the first Modi government.
জে পি নড্ডা মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত এগৰাকী সফল স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
140,736
In what ways do Bible principles protect you from the pain resulting from sexual immorality?
বৰ্তমান বহুতো যুৱক - যুৱতীয়ে যিহোৱাৰ সেৱা কৰি আনন্দিত হৈছে ।
140,737
10 / 1 Keep Proving What You Yourselves Are, 7 / 15 Keep Yourself Restrained Under Evil, 5 / 15
“ তেওঁৰ বিশ্বাসৰ বাবে উৎপীড়নৰ সম্মুখীন হ’বলগীয়া হ’ল ” (এন.
140,738
During the shutdown, all shops and business establishments will remain close.
বন্ধৰ সময়ত সকলোবোৰ ব্যৱসায়ী প্ৰতিষ্ঠান, বেংকসমূহ বন্ধ হৈ থাকে।
140,739
This shows India's resolve and commitment.
এয়া ভাৰতৰ ইচ্ছা শক্তি আৰু পৰাক্ৰমৰ প্ৰমাণ।
140,740
It cannot take photos.
তাই ছবি আঁকিব নোৱাৰিব।
140,741
The donor receives an income - tax deduction for the year in which the gift annuity is established. Wills and Trusts: Property or money may be bequeathed to Watch Tower by means of a legally executed will, or Watch Tower may be named as beneficiary of a trust agreement.
উইল আৰু ট্ৰাষ্ট: আইনমতে উইল বা ইচ্ছাপত্ৰ কৰি সা - সম্পত্তি বা ধন ওৱাচ্‌ টাৱাৰক দান কৰিব বা এটা ট্ৰাষ্টৰ চুক্তিনামাত পাওঁতা হিচাপে ওৱাচ্‌ টাৱাৰৰ নাম লিখিব পাৰে ।
140,742
We went to visit him.
আমি তেওঁৰ খবৰ ল’বলৈ গৈছিলো।
140,743
How can we, like Jesus, make effective use of questions?
প্ৰভাৱকাৰী প্ৰশ্নসমূহৰ প্ৰয়োগ
140,744
But what can I do ?
কিন্তু মই কি কৰিব পাৰো?
140,745
Most of his screenplays have been published in Bengali in the literary journal Eksan.
তেখেতে লিখা অধিকাংশ চিত্ৰনাট্য “একশান” সাহিত্যপত্ৰত বাংলাত প্ৰকাশিত হৈছে।
140,746
We can't say we did everything perfectly.
আমি এইটো কোৱা নাই যে সকলো ঠিক হৈ গ’ল।
140,747
We too may feel inclined to hide from the face of Jehovah and stop praying.
আমিও সদায়ে নিজৰ ভুলবোৰৰ বাবে যিহোৱাৰ ওচৰত ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰা উচিত ।
140,748
Error reading file '%s': %s
'%s' নথিপত্ৰ পঢ়িবলৈ সমস্যা: %s
140,749
The incident had triggered sensation in the entire region
এই ঘটনাৰ ওপৰত কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ।
140,750
The issue must ideally be resolved through political negotiations.
এই বিষয়টো ৰাজনৈতিক আলাপ-আলোচনাৰ মাধ্যমেৰেই সমাধান কৰিব লাগিব৷ উল্লেখযোগ্য যে লুৰীণজ্যোতি গগৈয়ে দুলীয়াজান অথবা নাহৰকটীয়া বিধানসভা সমষ্টিৰ পৰা আগন্তুক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বুলি চর্ চলি থকা সন্দর্ভত সোধা আন এটা প্রশ্নৰ উত্তৰত গগৈয়ে কয় যে অধিৱেশন তথা ইয়াৰ প্রতিনিধি সভাৰ পাছতহে তেওঁ আছুতেই থাকিব নে নির্বাচন খেলিব, সেই কথা ক’ব পৰা যাব৷
140,751
Mumbai is the commercial capital of India and has evolved into a global financial hub.
বৰ্তমানে মুম্বাই ভাৰতৰ বাণিজ্যিক ৰাজধানী আৰু বিশ্ব অৰ্থনীতিৰ এক অন্যতম প্ৰধান কেন্দ্ৰ।
140,752
The page you are trying to view cannot be shown because it is contained in a file type that may not be safe to open. Please contact the website owners to inform them of this problem.
খুলিবলৈ সুৰক্ষিত নোহোৱা ফাইলত থকাৰ বাবে আপুনি চাব বিচৰা পৃষ্ঠা দেখুৱাব নোৱাৰি। এই সমস্যা জনাবলৈ অনুগ্ৰহ কৰি ৱেব ছাইটৰ গৰাকীহঁতৰ সৈতে সম্পৰ্ক কৰক।
140,753
No one will die from natural causes or weep because of losing a loved one. What a blessed change!
যিচয়াই আন্তৰিকতাৰে কেনেদৰে যিহোৱাৰ স্তুতি কৰিছিল?
140,754
But so be it.
কিন্ত্ত এনেকৈ থাকিলে হ’ব।
140,755
46th Indian Labour Conference
৪৬সংখ্যক ভাৰতীয় শ্ৰমিক সন্মিলন
140,756
Remembered Application
মনত ৰখা অনুপ্ৰয়োগ
140,757
There are so many!
‘বহুত ভগৱান আছে!
140,758
You can be very successful at work.
কৰ্মস্থলীত আপুনি বৃহত সফলতা অৰ্জন কৰিবলৈ সক্ষম হব।
140,759
Thereafter, she went inside the bank.
তাৰ পাছত বেচেৰা ভিতৰলৈ গ’ল।
140,760
Security has since been beefed up in the area.
অঞ্চলটোত আজিৰে পৰা সুৰক্ষা ব্যৱস্থা অতি কটকটীয়া কৰি তোলা হৈছে।
140,761
The EMF image format
EMF প্ৰতিমূৰ্তিৰ আকৃতি
140,762
But how could I not write?
কিন্তু পুথিখন লেখিব কেনেকৈ?
140,763
A probe has begun into the incident.
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।
140,764
How Would You Answer? Why and how does the Devil try to break the integrity of true Christians?
( খ) এনে কিছুমান “অদৃশ্য বস্তু ” কি, যাক আপুনি পৰমদেশীয় পৃথিৱীত চাবলৈ আশা ৰাখিছে?
140,765
Also read: Breaking news
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি
140,766
Realizing her spiritual need, 13 - year - old Nicole started to read the Bible every day.
কিন্তু তাতকৈ অধিক আৱশ্যক হৈছে নিয়মিতৰূপে আধ্যাত্মিক আহাৰ গ্ৰহণ কৰা!
140,767
Jehovah assures Solomon: I [will] establish the throne of your kingdom over Israel to time indefinite, provided the king remains obedient.
কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে চলোমনে পৰজাতিৰ বহুতো যুৱতীৰ সৈতে বিবাহ কৰিলে ।
140,768
The injured are being taken to a hospital.
আহত লোককেইজনক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
140,769
Back in the first century C.E., the apostle Paul was a fine example of long - suffering.
কিন্তু এদিনাখন তেওঁৰ পত্নীয়ে ক্ৰন্দন কৰি এইদৰে কৈছিল: “মই জানো যে এইটোৱে সত্য ।
140,770
The Prime Minister, Shri Narendra Modi chaired the sixth meeting of National Disaster Management Authority (NDMA) at New Delhi, today.
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ(এনডিএমএ)ৰ ষষ্ঠ বৈঠকত অধ্যক্ষতা কৰে।
140,771
Into all the earth their measuring line has gone out, and to the extremity of the productive land their utterances.
সেয়ে আকাশ - মণ্ডলৰ ইমূৰৰ পৰা উদয় হৈ ঘূৰি তাৰ সিমূৰ পায়গৈ. তাৰ তাপ নোপোৱাকৈ কোনো বস্তু লুকাই নাথাকে । ” ​ —⁠ গীত ১৯ :⁠ ৪ - ​ ৬.
140,772
Likely, this angel was Jesus in his prehuman form. He was used to guide the Israelites on their way to the Promised Land.
সম্ভৱতঃ এই স্বৰ্গদূতজন মানৱৰূপে অস্তিত্বত অহাৰ পূৰ্বেই যীচু আছিল ।
140,773
The MoU has provision for exchange of information on the situation of agriculture and rural development, strengthening of technical exchange and production cooperation in respect of agricultural mechanization/farm machinery and agro-industrial infrastructures, removal of technical barriers and exchange experiences in animal husbandry sector including modern scientific researches and technologies etc.
এই বুজাবুজি চুক্তিৰ অধীনত কৃষি আৰু গ্রামোন্নয়নৰ তথ্য বিনিময় কৰা, কৃষিযান্ত্রিকীকৰণ/পামৰ যন্ত্রপাতি আৰু কৃষিভিত্তিক উদ্যোগৰ আন্তঃগাঁথনিৰ ক্ষেত্রত প্রযুক্তিৰ বিনিময় আৰু উৎপাদনত সহায় কৰা, আধুনিক বৈজ্ঞানিক গৱেষণা আৰু প্রযুক্তিভিত্তিক পশুপালনৰ ক্ষেত্রত প্রযুক্তিগত বাধা দূৰ কৰা আৰু অভিজ্ঞতাৰ বিনিময় কৰা ইত্যাদি বিষয়বোৰ সম্ভৱ হ’ব।
140,774
But the very hairs of your head are all numbered. Therefore have no fear: you are worth more than many sparrows.
পাঁচনি পৌলে লিখিছিল যে খ্ৰীষ্টৰ শান্তি আমাৰ হৃদয়ত কৰ্ত্তৃত্ব হোৱা উচিত, কিয়নো আমি “তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত ” হ’লোঁ ।
140,775
Go and tell Tom and Mary.
টম্‌ আৰু মেৰীক কওঁকগৈ।
140,776
[ Picture on page 16] Are we generous in our expressions of affection for elderly parents?
এতিয়ালৈকে ৩০ গৰাকী যিহোৱাৰ সাক্ষী ভাই - ভনীয়ে আডেক সহায় কৰিলে ।
140,777
What can help us to be faithful to God? Encouragement from fellow Christians today can strengthen our resolve to serve God faithfully.
গোলিয়াথক পৰাস্ত কৰা দায়ূদৰ উদাহৰণে দেখুৱাইছে যে ঈশ্বৰে নিজৰ লোকসকলক শক্তি প্ৰদান কৰি সহায় কৰিব পাৰে ।
140,778
"""No, you did not""."
“খং খোৱা নাই৷ আহা তুমি৷”
140,779
Copy email address %s
ই-মেইল ঠিকনা “%s” কপি কৰক
140,780
Similarly, the increase in railway capital expenditure was the highest this year.
একেদৰে, ৰে’লৱেৰ মুলধনী ব্যয়ৰ বৰ্ষটোত আটাইতকৈ বৃদ্ধি পাইছে৷
140,781
And what about him?
আৰু তাৰ ঘৰখন?
140,782
Its interiors have been altered.
‘সলনি হৈছে আছুৰ আভ্যন্তৰীণ পৰিৱেশ।
140,783
matches exactly one of any character.
এ যিকোনো আখৰৰ এটাৰ সৈতে মিল খায়।
140,784
What does proving what we ourselves are involve? Proving what we ourselves are involves self - evaluation.
আমি বিশ্বাসত আছোঁ নে নাই, তাৰ বিষয়ে নিজৰ প্ৰমাণ চোৱাৰ সৈতে আত্ম - নিৰীক্ষণ কৰাও সন্মিলিত আছে ।
140,785
No, no, its not the time.
নাই, সময় পাৰ হৈ গৈছে।
140,786
Jindal, Director of North Zone Cultural Centre.
জিতুল সোণোৱাল নাগালেণ্ডত থকা উত্তৰ পূব সাংস্কৃতিক কেন্দ্ৰৰো সঞ্চালক।
140,787
All elders and ministerial servants should do their utmost to serve humbly in behalf of others and to take the lead in sacred service, setting a worthy example for others to imitate. 1 Corinthians 9: 19. Galatians 5: 13. 2 Timothy 4: 5.
( ১ তীমথিয় ৩ :⁠ ১, ২) গতিকে সকলো প্ৰাচীন আৰু সহায়ক সেৱকে নম্ৰতাৰে আনৰ সেৱা - শুশ্ৰূষা আৰু প্ৰচাৰ কাৰ্য্যত উত্তম আৰ্হি প্ৰস্তুত কৰা উচিত, যাতে আনেও তেওঁলোকক অনুকৰণ কৰিব পাৰে । ​ —⁠ ১ কৰিন্থীয়া ৯ :⁠ ১৯. গালাতীয়া ৫ :⁠ ১৩. ২ তীমথিয় ৪ :⁠ ৫.
140,788
Getting sources list
উৎসৰ তালিকা প্ৰাপ্ত কৰা হৈছে
140,789
They seek to kill Jesus, but he and his disciples leave Jerusalem for Galilee.
যেতিয়া পৰ্ব্বৰ আধা অংশ পালন কৰা শেষ হোৱাত, যীচুৱে মন্দিৰলৈ গৈ সাহসেৰে উপদেশ দিবলৈ ধৰিলে ।
140,790
"Keyboard shortcut key for making font smaller. Expressed as a string in the same format used for GTK+ resource files. If you set the option to the special string ""disabled"", then there will be no keyboard shortcut for this action."
"ফন্টৰ আকাৰ হ্ৰাস কৰাৰ বাবে ব্যৱহৃত কিবৰ্ড চৰ্টকাট কি। GTK+ সম্পদ নথিপত্ৰত ব্যৱহৃত বিন্যাস অনুযায়ী স্ট্ৰিংৰূপে অভিব্যক্ত হয়। আপুনি বিকল্পক বিশেষ স্ট্ৰিং ""disabled"" লে সংহতি কৰিলে এই কাৰ্য্যৰ বাবে কোনো কিবৰ্ড চৰ্টকাট নাথাকিব।"
140,791
%s: Error setting %s to %s
%s: %s ক %s লৈ নিৰ্ধাৰণ কৰোঁতে ভুল
140,792
I don't want to be boring.
মই অতিৰঞ্জন কৰিব নুখোজো।
140,793
Walk in it. Isaiah 30: 20, 21.
ধাৰ্ম্মিকতাৰ বুকুবৰি পিন্ধা ।
140,794
Your fellow students may ask you about what you are reading.
( ১ তীমথিয় ৪ :⁠ ১৫) আপুনি যিমানেই যিহোৱাৰ প্ৰশংসা কৰিবলৈ এনে সুযোগবোৰ গ্ৰহণ কৰিব, সিমানেই কাৰ্য্যকাৰীভাৱে প্ৰচাৰ কাৰ্য্যত ভাগ লৈ আনন্দিত হ’ব ।
140,795
wait please...
অনুগ্ৰহ কৰি অপেক্ষা কৰক...
140,796
Jesus had a most interesting family background. He was born to a virgin named Mary, thus becoming a member of the human family.
যীচুৰ এক মনোগ্ৰাহী পৰিয়ালৰ পটভূমি আছিল ।
140,797
The Forest Minister, who...
প্ৰাক্তন বন মন্ত্ৰী .
140,798
Can be used to add a new child to the container
কনটেইনাৰে এটা নতুন চাইল্ড যোগ কৰতে ব্যৱহাৰ কৰা যাব
140,799
I couldnt understand what was happening.
কি হৈছিল মই বুজাব নোৱাৰো এই মুহূৰ্তত।