audio
stringlengths
55
74
transcription
stringlengths
9
255
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02595|আপুনি
বাৰু ভাবে নেকি যে মই এজন মূৰ্খ আৰু ফোনবোৰে কেনেদৰে কাম কৰে সেয়া মই বুজি নাপাওঁ?
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02919|বাছখনৰ
ড্ৰাইভাৰজনে পাহাৰৰ ওখ দাঁতিৰ অতি ওচৰলৈ চলাই লৈ গৈছিল আৰু থিয় গৰাটো দেখি মোৰ কলিজাটো প্ৰায় বন্ধ হৈ গৈছিল
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03710|আজি
বৰষুণ বন্ধ হোৱাত মই আনন্দিত হৈছো কাৰণ তাৰ অৰ্থ হ'ল যে আমাৰ বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানটো বাতিল নহ'ব
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02220|এ.আই.
অধিক প্ৰচাৰিত হোৱাৰ লগে লগে যিবোৰ চাকৰি হেৰাই যাব পাৰে সেইবোৰৰ কথা ভাবি মই দুঃখিত।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01968|গাঁৱৰ
মানুহে যেতিয়া তেওঁলোকৰ মোবাইলৰ জৰিয়তে নিজৰ সামগ্ৰীৰ বাবে টকা পাবলৈ সক্ষম হৈছিল তেতিয়া তেওঁলোক বৰ আনন্দিত হৈ উঠিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00998|মই
মোৰ ল'ৰাটোক সাৱধানে হেঁচি ধৰি আছিলোঁ কাৰণ সি বেজী ল'বলৈ ভয় কৰিছিল আৰু তাৰ হাত দুখন আছাৰ মাৰি আছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03016|মই
কালি হস্পিটেললৈ গৈছিলোঁ আৰু মোৰ ইমান ঘিণ লাগিল। একেখন বিচনাতে কেইবাজনো ৰোগী আছে আৰু একেবাৰে সাধাৰণ পৰিষ্কাৰ-পৰিচ্ছন্নতাখিনিয়েই মানি চলা হোৱা নাই।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01633|ডালাছত
এখনৰ ওপৰত আনখন ইমানবোৰ ফ্লাইঅ’ভাৰ দেখি মোৰ চব খেলিমেলি লাগিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00714|মেকানিককেইজনে
গাড়ীৰ সমস্যা নিৰ্ণয় কৰাত নিজকে এক্সপাৰ্ট বুলি দাবী কৰিছিল কিন্তু ‘ডায়গ্ন'ষ্টিক টেষ্ট’ত মোক অধিক খৰচ নকৰাকৈ কিয় সমস্যাটো বিচাৰি উলিয়াবও নোৱাৰিলে?
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01896|মোৰ
ফোনটোত এই বেংক এপ্লিকেশ্যনটো ইনষ্টল কৰাৰ পাছৰ পৰা মই কেতিয়াও কোনো সৰু সমস্যাৰ কাৰণে বেংকলৈ যাবলগীয়া হোৱা নাই।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01972|আপুনি
চিন্তা কৰিব নালাগে কাৰণ ভঙা মোবাইলটোৰ স্ক্ৰীণখন ঠিক কৰিবলৈ আপুনি কোনো খৰচ নকৰিলেও হ’ব কিয়নো ই ৱাৰেণ্টিৰ ভিতৰতে পৰিব।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00142|মোৰ
ল'ৰাই গৰমৰ বন্ধৰ দিনত দিনটোত ৮ ঘণ্টা তাৰ কীবৰ্ডত সংগীত চৰ্চা কৰি থকা দেখি মই ধন্য হৈছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02055|প্ৰতিমাহে
দৰকাৰ হোৱা খোৱা বস্তু পোৱাৰ কথাত মই নিৰ্বিকাৰ হৈ থাকোঁ কাৰণ চুবুৰীৰ দোকানখনে কোনো সমস্যা নোহোৱাকৈ এইবোৰ ঘৰলৈ পঠিয়াই দিয়ে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02327|এই
অফিচৰ সকলোৱে এক প্ৰকাৰৰ অস্থিৰতা অনুভৱ কৰিছে কাৰণ বজাৰখন তললৈ যোৱাৰ সময়ত আমাৰ বহুতৰে পইচা পানীত পৰিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01451|এই
গে'মটো সৰু ল'ৰা-ছোৱালীৰ কাৰণে। আপোনাৰ দৰে ডাঙৰ মানুহে এইটো কেনেকৈ খেলিব পাৰে?
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01021|চাৰিওফালে
বাঘ থকাৰ কাৰণে কৰবেট নেশ্যনেল পাৰ্কৰ ওচৰৰ হোমষ্টে'ত থকাটো ময়ো বৰ সুবিধাজনক বুলি নাভাবোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02782|মই
এই খেলখন খেলিব নোৱাৰোঁ। এই ব'ৰ্ড গে'ম খেলা শেষৰজন মানুহ এতিয়া আৰু জীয়াই থকা নাই।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02923|মন্দাৱস্থাৰ
আশংকাই মানুহক মুক্তভাৱে খৰচ কৰাত বাধা দিছে
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03283|বাহ
২ বছৰত আজিহে বাছখন প্ৰথমবাৰৰ কাৰণে দেৰীকৈ আহিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00111|বাতৰি
কাকত ডেলিভাৰীৰ বাবে মাহিলী বিলিং কিমান ভালদৰে কৰা হয় সেয়া মই প্ৰশংসা কৰোঁ। ই মোৰ খৰচবোৰ অসুবিধা নোহোৱাকৈ পৰিচালনা কৰে আৰু মোক কোনো চিন্তা নকৰাকৈ বাতৰি কাকত পঢ়িবলৈ আনন্দ দিয়ে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02184|এই
টীমটোৱে প্ৰতিদিনে ৫ ঘণ্টাকৈ প্ৰশিক্ষণ লৈছিল কিন্তু তথাপিও তেওঁলোক টুৰ্নামেণ্টত হাৰিছিল। মোৰ মতে তেওঁলোকহে জিকিব লাগিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03570|মই
আমাৰ ফালৰ পৰা হোৱা ভুলটোৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰিছো আৰু আপোনাক আনন্দেৰে জনাওঁ যে সেই চিঠিখন এঘণ্টাৰ ভিতৰতে আহি পাব (কুৰিয়াৰ)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03119|কঠোৰ
পৰিশ্ৰমক স্বীকৃতি নিদিয়াৰ এই প্ৰথাটো ওপৰৰ পৰ্যায়ৰ পৰা অহা যেন লাগিছে আৰু কোম্পানীটোৰ বেছিভাগ মুৰব্বী এনেকুৱাই।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02822|বিছনাখন
ভালকৈ যোৰা লগাই শুব পৰা কৰি লব পৰা কথাটোকলৈ মোৰ যথেষ্ট চিন্তা হৈছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02256|এইবাৰ
মই ভ্ৰমণ কৰিব নোৱাৰিম কাৰণ দেওবাৰৰ ভিতৰত এচাইনমেণ্ট জমা দিবলৈ আছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02280|আমি
কিছুমান অপ্ৰত্যাশিত বিত্তীয় সমস্যাৰ সন্মুখীন হৈছোঁ আৰু মাচুল দিবলৈ পলম হোৱাৰ বাবে মই ক্ষমা বিচাৰিছোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01023|মই
মূল্য বৃদ্ধিৰ সম্ভাৱনাৰ বিষয়ে চিন্তিত যিয়ে আমাৰ বিক্ৰীৰ পৰিমাণ হ্ৰাস কৰিব।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02527|শুনকচোন
ছাৰ! মই ইয়াত ১০ মিনিট ধৰি বাট চাই আছো আৰু অমৃতসৰৰ ফালে যোৱা ৰে'লৰ বিষয়ে খবৰ কৰিছোঁ কিন্তু আপোনালোকে মোক উত্তৰ দিয়া নাই আৰু আন মানুহৰ লগত কথা পাতি আছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03676|স্পেয়াৰ
ফিল্টাৰবোৰ আহিছে বুলি মোক অলপতে কোৱা হৈছে। এয়া এনে কাকতালীয় কথা (সেৱা প্ৰদানকাৰী)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02991|মোক
এহেজাৰ মানুহৰ ভিৰৰ সন্মুখত কথা ক'বলৈ কোৱা হৈছিল। মঞ্চলৈ উঠাৰ পাছত মোৰ ভৰি কঁপিবলৈ ধৰিছিল আৰু মুখখন শুকান হৈ পৰিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00480|মই
যেতিয়া বাথৰুমৰ পৰা আৰম্ভ কৰি চৌহদৰ দেৱাল আৰু পাকঘৰলৈকে পুনৰ নিৰ্মাণ কামৰ বিষয়ে চিন্তা কৰোঁ তেতিয়া নষ্টালজিয়াৰ লগতে অলপ দুখৰ ভাব এটা আহে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01015|মই
ভুল তাৰিখত টিকট বুক কৰিম বুলি উদ্বিগ্ন হৈ পৰিছোঁ কাৰণ মই ৩ মাহৰ আগতে এনে কৰিছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01961|যেতিয়া
আয়ুৰ্বেদিক ডাক্তৰজনে ছাৰ্জাৰীৰ প্ৰয়োজন নোহোৱাকৈ মোৰ চাৰ্ভিকেল ডিস্ক প্ৰলেপ্স ভাল কৰিছিল তেতিয়া মই বহুত বেছি সুখী হৈছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00460|মাষ্টাৰ
ডিগ্ৰীৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রলৈ যোৱা এগৰাকী মহিলাক ৰাস্তাত ভোকত থকা দেখাটো হতাশাজনক আছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03625|আমি
এটা দল হিচাপে ইমান সময় ধৰি একেলগে আছো যে মই আপোনালোকক এৰাৰ সময়ত দুখ পাইছো
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00044|এগৰাকী
গ্ৰাহকক এটা মূল্যৱান আৰু বহুতে বিচাৰি থকা বস্তু বিচাৰি উলিওৱাত সহায় কৰাৰ পিছত মোৰ বৰ ভাল লাগিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02378|মই
ভুল ঔষধটো কিনি ভুল কৰিলো আৰু ইয়াৰ বাবে বৰ বেয়া লাগি আছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02771|যেতিয়াই
মই টিভিটো অন কৰো তেতিয়াই তিনিবাৰ বিপ হৈ ধোঁৱা ওলাবলৈ আৰম্ভ কৰে। এইটো ফুটি যাব বুলি মোৰ বৰ ভয় লাগিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03150|কিছুমান
পি.এইছ.ডি. গাইডে নিজৰ ছাত্ৰ-ছাত্ৰীক কৰা ব্যৱহাৰ আৰু তেওঁলোকক নিজৰ ডিচাৰ্টেশ্যনৰ বিষয় বাছি ল’বলৈ নিদিয়াটো অতি বিৰক্তিকৰ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02819|গাড়ী
ধোৱাৰ সময়ত মোৰ সম্পত্তিটোৰ ক্ষতি হ’ব পাৰে বুলি মোৰ ভয় লাগে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02466|মই
বুজি নাপাও যে নিয়মবোৰ মানিবলৈ কিয় ইমান টান। মই আপোনালোকক আগতেই কৈছিলো যে ট্ৰেকিং বুট জোতা পিন্ধি আহিব।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02626|নেতৃত্বৰ
বেয়া সিদ্ধান্তৰ ফলত শ্বেয়াৰৰ মূল্য নিশাটোৰ ভিতৰতে ২০% হ্ৰাস পোৱাৰ পিছত বিনিয়োগকাৰীসকলে খঙতে চিঞৰ-বাখৰ কৰিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03761|শুনিছোঁ
তুমি মোকো মেলালৈ লৈ যাবা
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02320|যোৱা
বছৰ চাইবাৰ সুৰক্ষা উলংঘনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সেই লাখ লাখ লোকৰ ভিতৰত মইও এজন আছিলোঁ আৰু পৰিয়ালৰ বেছিভাগ ফটো হেৰুৱাই পেলোৱাৰ সময়ত মই হতাশ হৈ পৰিছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00371|এটা
গুৰুত্বপূৰ্ণ কামৰ বাবে পৰিচালনাৰ ওপৰৰ বিভাগৰ পৰা সহায় নোপোৱাৰ বাবে মই বৰ হতাশ হৈছোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00115|বিশ্ব-ব্ৰহ্মাণ্ডৰ
আৰম্ভণিৰ কথা কল্পনা কৰিবলৈ আটাইতকৈ দূৰৰ তাৰকাৰাজ্যৰ ছবিবোৰ চাবলৈ মোৰ বৰ ভাল লাগে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03078|হাজাৰ
হাজাৰ দুখীয়া মানুহক ঠগি পইচা লৈ পলাই যোৱা ষ্টক ব্ৰকাৰ এজনক লগ পাই মোৰ বিৰক্তি লাগিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00362|তেওঁ
নিজৰ পৰিয়ালক হেৰুওৱাৰ পিছত দুখত তেওঁৰ অন্তৰ ভাঙি পৰিছিল আৰু তেওঁৰ জীৱনটো উকা হৈ পৰিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01512|কম্বোডিয়াৰ
স্থানীয় ইতিহাস আৰু সংস্কৃতিৰ সমৃদ্ধি সঁচাকৈয়ে আকৰ্ষণীয়।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03891|প্লাষ্টিকৰ
প্লেট ব্যৱহাৰ নকৰিবলৈ বাৰে বাৰে কোৱাৰ পিছতো তেওঁলোকে সেইবোৰ ব্যৱহাৰ কৰি ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্য্য নষ্ট কৰি পেলালে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00472|কালি
এখন গুৰুত্বপূৰ্ণ মিটিংলৈ যোৱাৰ সময়ত মোৰ গাড়ীখন বেয়া হৈ পৰাত মোৰ মনটো বৰ বেয়া লাগিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01607|যোৱাটো
কোৱাৰ্টাৰত মই প্ৰমোশ্যন দিয়া প্ৰাৰ্থীজনে চাকৰি এৰাৰ সিদ্ধান্ত লোৱাত মই খুবেই আচৰিত হৈছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00639|"হলিউডৰ
চিনেমা """"অপেনহাইমাৰ""""ত ভাগৱত গীতাৰ সৈতে জড়িত দৃশ্যটোত মই ক্ষুব্ধ হৈ পৰিছো।"
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03151|চিনেমাৰ
টিকট ল'বলৈ তোমাৰ ওপৰত নিৰ্ভৰ কৰাটো অৰ্থহীন গতিকে মই অকলেই এইখন চিনেমা চাবলৈ যাম।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02539|এখন
নিজে পচন্দ কৰি বনাই লোৱা বিছনাৰ বাবে ধন পৰিশোধ কৰা আৰু শেষত গৈ মই আশা কৰাৰ মতে নোহোৱা কিবা এটা পোৱা কথাটো খুব খং উঠা।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01595|মই
শুনি আচৰিত হৈছিলো যে চহৰখনৰ বিদ্যুৎ সংযোগ বন্ধ কৰা হৈছিল কাৰণ গৰমৰ বাবে তাঁৰবোৰ গলি গৈছিল!
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00120|মই
সঁচাকৈ ৰে’লৱে বুকিং ক্লাৰ্কৰ সহায়ৰ প্ৰশংসা কৰিলো কিয়নো তেওঁ মোক ৰে’লৰ টিকট বুকিং কৰা কামটোত ধৈৰ্য্যৰে সহায় কৰিলে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01659|কিবা
এটা ৰুবৰ কাৰণে পথাৰখনত হাল বাই মাটিখিনি সাজু কৰোঁতে সেয়া ইমান বেলেগ হৈ পৰে বুলি মই কেতিয়াও ভবাই নাছিলোঁ। এয়া যেন এখন নতুন কেনভাছহে!
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02809|কে'কটোৰ
বাবে এটা ভুল ফ্লেভাৰ বাছনি কৰিবলৈ মোৰ ভয় লাগিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00064|সতেজ
কুঁহিয়াৰৰ ৰস গৰমৰ দিনত ঠাণ্ডা আৰু খাবলৈ বৰ সোৱাদ হয়।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03520|যোৱা
বছৰ অৱসৰ গ্ৰহণ কৰা আমাৰ প্ৰিয় শিক্ষকজনেই নতুন অধ্যক্ষ হোৱা দেখি আমি বিস্ময়ত ঠাইতে থিয় হৈ ৰৈছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02043|মই
আনন্দিত যে আপুনি আৰু মই সংগঠনটো ভিতৰৰ খৰচবোৰ কম কৰাৰ প্ৰয়োজনৰ বিষয়ে একেধৰণে চিন্তা কৰি আছোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03090|মোৰ
বন্ধুসকলৰ বেয়া অভিজ্ঞতা হৈছিল আৰু আপোনাৰ পৰা পানীৰ ফিল্টাৰটো কিনিব নালাগে বুলি মোক কৈছিল। মই তেওঁলোকৰ কথা শুনিব লাগিছিল। (গ্ৰাহক)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02893|এইজন
এজন নতুন ক্লায়েণ্ট বুলি বিবেচনা কৰি আমি তেখেতক ভালকৈ চোৱা-চিতা কৰিব লাগিব নহ'লে আমি এই পইচাখিনি অতি সোনকালে হেৰুৱাবলগীয়া হ’বও পাৰে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01652|এই
ভাড়াৰ ঘৰটো বিচাৰি দিয়াৰ বাবে দালালে ইমান কম পইচা ল'ব পাৰে বুলি মই ভবাই নাছিলোঁ!
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00981|কিতাপৰ
দোকানীজনে মোৰ ছেকেণ্ড হেণ্ড কিতাপখনৰ বাবে দিয়া দামটো সঠিক হ'ব নে নহয় সেয়া মই ভালদৰে নাজানো আৰু সেইবাবে এইখন বিক্ৰী কৰাকলৈ মই দোধোৰ-মোধোৰত পৰিছোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02277|তেওঁলোকৰ
সংগীত নৃত্যৰ পাৰদৰ্শিতাক লৈ আমাৰ বহুত বেছি আশা আছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02994|অবষ্টেকল
ক’ৰ্ছ দৌৰৰ সময়ত দিব্যাই ভয়তে ওখ বাধাটোলৈ চালে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00075|কাইলৈৰ
পৰা বাতৰি কাকতেৰে মোৰ ৰাতিপুৱাৰ সময়খিনি আৰম্ভ কৰিবলৈ বৰকৈ আগ্ৰহী হৈ আছোঁ। এয়া তথ্য আৰু প্ৰেৰণাৰ দৈনিক এপালি পোৱাৰ দৰে হ’ব।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00068|অমৃতসৰৰ
পাঞ্জাবী ধাবাত পালক পনীৰ আৰু নান একেলগ কৰি খোৱা খাদ্যই মোক আৰু অধিক খাদ্য খাবলৈ বাধ্য কৰায়।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02083|পাঞ্জাৱী
ভদ্রলোকজনে মোক এখন খাঁটি অমৃতসৰী কুলচা খোৱাইছিল যিয়ে মোৰ মুখলৈ হাঁহি আনিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02078|ভিডিঅ’-কনফাৰেন্সিঙে
আমাৰ পৰিয়ালটোক একত্ৰিত কৰিছে আৰু তেওঁলোক বিশ্বৰ য’তেই নাথাকক কিয় সকলোৰে হাঁহি থকা মুখবোৰ দেখিবলৈ পালে মনটো বৰ ভাল লাগে
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03603|হাৰ্পাৰৰ
প্ৰিয় খেলুৱৈগৰাকীয়ে সোণৰ পদক লাভ কৰা দেখি তেওঁৰ মুখখন হাঁহিত উজ্জ্বল হৈ পৰিছিল
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03678|মুঠতে
মই আপোনাক কৈছোঁ যে আপুনি আচলতে নতুন চিলিণ্ডাৰ এটা সোনকালেই বিচাৰিছে নেকি? (গেছ এজেন্সীৰ ৰিপ্ৰেজেন্টেটিভ)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01834|২০০৬
চনৰ বিশ্বকাপৰ পিছৰ পৰা এইখনেই মই টিভিত চোৱা আটাইতকৈ ভাল খেল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03215|গোটেই
খেলখনতে ৰেফাৰীৰ এটা পক্ষৰ ফালে সিদ্ধান্তবোৰ সঁচাই বহুত খং উঠিবলগীয়া
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02020|জটিলভাৱে
খোদিত কৰা কাঠৰ দোলাত শিল্পীসকলৰ কাম দেখি মই বৰ ধন্য অনুভৱ কৰিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02663|ৰাজহুৱা
পদবোৰৰ পৰা নিষিদ্ধ কৰি এই দুৰ্নীতিপৰায়ণ ৰাজনীতিবিদসকলক শাস্তি দিয়ক।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00028|মই
আনন্দিত হৈছিলোঁ যেতিয়া এজন গ্ৰাহকে তেওঁৰ পৰিয়ালৰ সদস্যসকলক আমাৰ ওচৰলৈ অহাৰ এদিনৰ ভিতৰতে আমাৰ দোকানলৈ পঠাইছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01202|নিজৰ
স্বাৰ্থৰ বাবে ধৰ্মীয় উত্তেজনাৰ সৃষ্টি কৰা ৰাজনীতিবিদসকলৰ প্ৰতি মই বিৰক্ত হৈ পৰিছোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03136|মই
আশা কৰো যে তোমাক গোটেই বছৰটো পঢ়িবলৈ কোৱাৰ বাবে তুমি মোৰ ওপৰত চিঞৰা বন্ধ কৰা যেন আৰু লগতে ভৱিষ্যতৰ বাবে তুমি এটা শিক্ষা শিকি লোৱা।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02265|মই
মোৰ পোহনীয়া জন্তুটোৰ বৰ ভালকৈ যত্ন লওঁ আৰু যিমান সম্ভৱ সিহঁতে আটাইতকৈ ভাল এটা জীৱন যাপন কৰাটো বিচাৰোঁ কিন্তু এনেকুৱা লাগিছে যেন আমি এটা বাধাৰ সন্মুখীন হৈছোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01563|অনুষ্ঠানটোৰ
সময়ত আপুনি আমাক যি দৰে সহায় কৰিছিল তাৰ দ্বাৰা আপুনি মোক সঁচাকৈয়ে আচৰিত কৰি তুলিছে!
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00085|মই
সুখী যে মই আশা কৰি থকা নতুন কিতাপৰ এমাজন পেকেজটো আজি আহি পালে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03388|বাহ
শুনি আচৰিত যেন লাগিছে! মই এইটো এবাৰ ব্যৱহাৰ কৰি চাবলৈ ৰ'বই পৰা নাই।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02838|ঘৰত
এটা ডকাইতি হোৱাত মই ইমান ভয় খাইছোঁ যে এদিনৰ ভিতৰতে মই এটা চি.চি.টি.ভি. কেমেৰা লগাম। (নাগৰিক)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01973|খৰচ
কম হোৱাৰ বাবে এই মাহত মোৰ মনটো ভাল লাগিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02886|শ্মশানৰ
পৰা অহা ভয়াৱহ চিঞৰ এটা শুনি ভয়ত মোৰ তেজ গোট মাৰিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03767|মোৰ
কলেজে মোক মোৰ পেছাদাৰী কৃতিত্বৰ বাবে এটা সন্মানসূচক বঁটা লাভ কৰিবলৈ আমন্ত্ৰণ জনাইছে
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02776|আমাৰ
ছবি শিকোৱা ছাৰলৈ বৰ ভয় লাগে। যেতিয়াই মই তেওঁক প্ৰশ্ন সোধোঁ তেওঁ কাঠৰ ৰুলাৰডাল উলিয়াই লয়।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01470|সেই
ল’ৰাকেইটাৰ লগত কথা পাতি থাকোতে সিহঁতৰ মুখৰ গোন্ধ বৰ বেয়া আছিল। এনেকুৱা লাগিছিল যেন সিহঁতে এইমাত্ৰ পিঁয়াজ খাইহে আহিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03196|ৰাস্তাত
জাবৰৰ দ'ম দেখি পৰ্যটককেইজনে তৎক্ষণাত আঁতৰি গৈ নাক আৰু মুখ ঢাকি লৈছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03121|এলুমিনিয়াম
ৰিচাইক্লিং কাৰখানাটোৰ কাম কৰাৰ পৰিৱেশ সঁচাকৈয়ে অস্বাস্থ্যকৰ যাৰ ফলত মই প্ৰতিবাৰেই তালৈ যাওঁতে অসুস্থ হৈ পৰোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01545|যেতিয়া
মই মোৰ বন্ধুক ৩০ বছৰৰ পাছত লগ পাইছিলোঁ তেওঁ দেখাত সাংঘাতিকভাৱে সলনি হোৱা দেখি মই আচৰিত হৈছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02929|মই
ক্লায়েণ্টজনৰ বিৰুদ্ধে কথা ক’ব নিবিচাৰো কাৰণ মই মোৰ চাকৰি হেৰুৱাম
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03481|বাহ
মই বিশ্বাসেই কৰিব পৰা নাই যে ষ্টক মাৰ্কেট সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হৈছে!
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03840|মই
এইমাত্ৰ লক্ষ্য কৰিলোঁ যে মোৰ লাইফ জেকেটটোত এটা ফুটা আছে
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03508|এই
মন্তব্যটো মানুহক চাবলৈ এৰি দিয়াৰ বিপৰীতে অধিক নিৰাপদ মন্তব্যবোৰ দ্ৰুতগতিত আঁতৰাই পেলোৱা হৈছে বুলি জানি মোৰ মুখৰ মাত নোহোৱা হৈ গৈছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01019|মই
আশা কৰোঁ যে আমি জাপানত নিৰামিষ বা ভেগান খাদ্য পাম যাতে আমি ভোকত থাকিব নালাগে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03717|গৰম
কফি একাপে সঁচাকৈয়ে শীতকালৰ ৰাতিপুৱা আপোনাৰ মেজাজটো উত্তোলিত কৰি পেলাই নহয়নে?