audio
stringlengths
55
74
transcription
stringlengths
9
255
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00449|প্ৰত্যেকবাৰে
যেতিয়া মই কিবা এটা পাবলৈ কঠোৰ পৰিশ্ৰম কৰোঁ কিন্তু সেইটো হৈ নুঠে তেতিয়া মোৰ বহুত দুখ লাগে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02032|আপুনি
এজন ভাল নেতা আৰু আপুনি এই পদক্ষেপটোত নেতৃত্ব দি আছে বুলি মোৰ বৰ ভাল লাগিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03539|আমি
এইমাত্ৰ আন এখন ফ্লাইটত আপোনাৰ কাৰণে ছীট এটা বিচাৰি পালোঁ
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02510|এই
সংগ্ৰহালয়টো চাবলৈ মই পইচা দিছো গতিকে মই ইচ্ছামতে শিল্পকলাৰ বস্তুবোৰ কিয় নাচাম!
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03346|ৱাহ!
এইটোৱেই সেইটো টি-ছাৰ্ট যিটো মই বহুত সময়ৰ পৰা বিচাৰি আছিলোঁ। অৱশেষত মই এইটো পালোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00711|আমেৰিকালৈ
অহাৰ বাবে আকৌ সম্পূৰ্ণ ড্ৰাইভিং লাইচেঞ্চ প্ৰক্ৰিয়াটো কৰিব লাগিব বুলি মোৰ বৰ বিৰক্ত লাগিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02222|লেখকজনৰ
সংগ্ৰামৰ বিষয়ে কোৱা কিতাপখনৰ এই অধ্যায়টো ইমানেই আৱেগিক যে মই কান্দিবলৈ আৰম্ভ কৰিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03858|এই
পিজ্জাটো বনাবলৈ তেওঁলোকে অতি পুৰণি মথি থোৱা ময়দা ব্যৱহাৰ কৰিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03831|মই
কাইলৈ মোৰ ডিছাৰ্টেচনখন জমা দিব লাগিব আৰু মোৰ এতিয়াও শেষৰ অধ্যায়টো লিখি শেষ হোৱা নাই।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02640|সন্মুখত
থকা মানুহজনক চৰ মৰাৰ পৰা নিজকে বাধা দিবলৈ মই দাঁতবোৰ জোৰেৰে চেপি আৰু হাতৰ মুঠিটো টানকৈ ধৰি আছিলোঁ
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03442|এতিয়ালৈকে
সকলোৱে মোক ভাল মতামতেই দিছে আৰু মই আপোনালোকৰ পৰাও সেয়াই আশা কৰিছিলোঁ। (ৰেষ্টুৰেণ্টৰ মেনেজাৰ)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03765|এই
ক্ৰিকেট খেলখন চাই মই অতি উৎসাহী হৈ পৰিছোঁ! এইখন এখন ভাল খেল হ'ব।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02080|আপোনালোক
মোৰ প্ৰিয় ট্ৰেভেল কোম্পানী কাৰণ মই কেৱল ঠাইখন গৈ পালেই হ'ল আপোনালোকে সকলো ব্যৱস্থা কৰি দিয়ে
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03021|ড্ৰাইভাৰজনে
ছমাহ ধৰি চুলি ধোৱা নাছিল আৰু তেওঁৰ মূৰৰ ওপৰত মাখি উৰি ফুৰিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01948|নাম্বাৰ
ক্ৰাঞ্চিংৰ মাজতে আমি এনে এটা কৌশল আৱিস্কাৰ কৰিলো যি আমাৰ ৱালেটবোৰক আহিবলগীয়া টেক্সৰ সময়ত হাঁহিবলৈ বাধ্য কৰাব!
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03584|জেমছৰ
প্ৰাণখোলা হাঁহি আৰু তেওঁৰ দলৰ বাবে উৎসাহী হাততালিত তেওঁৰ আনন্দ স্পষ্ট হৈ পৰিছিল
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02242|মই
ভাবিছিলো ছেকেণ্ড হেণ্ড বাইক এখন কিনাটো এক ভাল কথা হ’ব কিন্তু মই বাইকখনৰ দুগুণ মূল্য মেইন্টেনেঞ্চ চাৰ্জৰ নামত পৰিশোধ কৰিবলগীয়া হ’ল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02481|মই
ইতিমধ্যে আপোনাক দহবাৰ কৈছিলোঁ যে মই মোৰ ক্ৰেডিট কাৰ্ডৰ বিল দিবলৈ চেষ্টা কৰি আছিলোঁ কিন্তু বেংক ছাৰ্ভাৰতহে এটা সমস্যা হৈছিল। এয়া মোৰ দোষ নহয়!
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00360|এই
সিদ্ধান্তটোৰ বাবে আমাৰ কোম্পানীৰ ওপৰত বেয়া প্ৰভাৱ পৰাৰ বাবে আৰু মানুহবোৰক গুচি যাবলৈ দিয়াৰ বাবে মই বেয়া পাইছোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00749|বে’
এৰিয়াত চিইঅ’-ৰ অত্যধিক দৰমহাৰ ওপৰত মই সম্পূৰ্ণৰূপে ক্ষুব্ধ হৈছোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00300|"মই
স্বাস্থ্য কেন্দ্ৰত বেছিকৈ নাৰ্ছ থাকিব বুলি আশা কৰি আছিলো যিটো হোৱা নাছিল সেয়েহে ই মোক যথেষ্ট অসন্তুষ্ট কৰি তুলিছে।"""""
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01029|মই
উৰাবাতৰি শুনিছিলো যে আমাৰ পুৰণি সঁজুলি যিকোনো মুহূৰ্ততে বেয়া হ'ব পাৰে। ইয়াৰ ফলত আহিব পৰা বাধা আৰু অসুবিধাৰ বিষয়ে চিন্তা কৰাটো কষ্টকৰ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03125|মই
খুচুৰা বস্তুৰ গুদামৰ ভিতৰলৈ গৈছিলো আৰু পচা কাঠৰ পৰা ওলোৱা ঘিণ লগা গোন্ধটো পাই আচৰিত হৈছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01529|গাড়ীখনৰ
ষ্টিৰিঅ' ছিষ্টেমৰ সৈতে অন্তৰ্ভুক্ত বিতং নিৰ্দেশনাবোৰৰ দ্বাৰা মই মন ভাল লাগি যোৱাগৈ আচৰিত হৈছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02967|অলিম্পিকৰ
ফাইনেলত প্ৰথমটো ডাইভ মাৰিবলৈ সাজু হোৱাৰ সময়ত মিয়াৰ গাটো ঠেৰেঙা হৈ পৰিছিল
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02364|খৰচৰ
হিচাপ মিলাবলৈ মই বোনাছ কমাব লাগিব।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02569|আপোনাৰ
দোকানৰ কৰ্মচাৰীজনে মোক এটা বিনিময় নীতি আছে বুলি আশ্বাস দিছিল আৰু যদি আপোনাৰ মোৰ কথাটোত সন্দেহ আছে মই এতিয়াই ষ্ট'ৰ মেনেজাৰজনক লগ ধৰিব বিচাৰোঁ। (মই)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02230|নাই
ছাৰ মই কালি কাম কৰিব পৰা নাছিলো কাৰণ মোৰ ককাৰ গাটো ভাল নাছিল
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00719|মই
এজন অনুৰাগীয়ে এটা টিভি ভঙা দেখিছিলো যেতিয়া তেওঁৰ ক্ৰিকেটৰ দলটোৱে মেচখনত হাৰিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02386|আমাৰ
কলেজৰ পাঠ্যক্ৰম আৰম্ভ হোৱাত দেৰি হোৱাৰ ফলত আমি এইটো শেষ হোৱাৰ লগে লগে চাকৰিৰ বাবে এক কষ্টদায়ক অপেক্ষা কৰিব লাগিব।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03782|আইতা
আজি আহিব আৰু মই তেওঁ যোৱালৈকে প্ৰতিদিনে তেওঁৰ কাহিনীবোৰ শুনি থাকিম
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02579|মোৰ
ঘৰত চুৰি হোৱাৰ কাৰণে মই সঁচাকৈয়ে হতাশ হৈছোঁ। (নাগৰিক)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01238|যেতিয়া
মই শামুক এটা চুই চাম বুলি কোনোবাই আশা কৰে তেতিয়া মোৰ ঘৃণা ওপজে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03160|ৰেষ্টুৰেণ্টখন
পৰিষ্কাৰ নাছিল আৰু মই চাৰিওফালে কেইটামান পঁইতাচোৰা ঘূৰি ফুৰা দেখিছিলোঁ (খাদ্য সমালোচক)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03443|চি.ই.অ’.-জনে
বহুত টকা-পইচালৈ আত্মগোপন কৰিছে বুলি মই পেপাৰত পঢ়া নাই দেখোন। ক’ত তেনেকৈ উলাইছে? (বন্ধু ১)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02203|সিদিনা
মই ১০০ টকা হেৰুৱাইছিলোঁ কাৰণ ফোন ব্যৱহাৰ কৰি ধন পৰিশোধ কৰোঁতে মই সাৱধান হোৱা নাছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03405|এয়া
বিশ্বাসেই কৰিব নোৱাৰি! সকলো কিতাপৰ ওপৰতে দেখোন পঞ্চাশ শতাংশ ৰেহাই আছে। আপুনি ইমান বঢ়িয়া ৰেহাই দিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00925|স্নৰ্কেলিঙৰ
বাবে মোৰ সাঁতোৰৰ দক্ষতাকলৈ মই আত্মবিশ্বাসী নহয়।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01020|ভূতৰ
মুখামুখি হোৱাৰ চিন্তাই মোক কঁপাই তোলে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03729|মোৰ
জন্মদিনৰ বাবে মায়ে মোৰ প্ৰিয় খাদ্যবোৰ বনাইছিল আৰু মই সেই সকলোবোৰেই উপভোগ কৰিছিলোঁ
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03300|তেওঁ
বলটোৰ সৈতে অতি দ্ৰুতগতিত দৌৰে!
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02452|এই
খাদ্যখিনি কোনে তৈয়াৰ কৰিছিল? এইখিনি ইমানেই বেছি মচলাযুক্ত যে ই মোৰ জিভাখন জ্বলা-পোৰা কৰিব।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02778|আপোনাৰ
ছুগাৰ বহুত কমি আছে আৰু ব্লাড প্ৰেছাৰো বাঢ়ি গৈছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03626|ৰোমৰ
কলোচিয়ামটো ভিতৰৰ পৰা চোৱাটো মোৰ এক সপোন আছিল কিন্তু আমাৰ হাতত সময়েই নাছিল
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03102|আনৰ
টকা-পইচা লৈ পলাই গ'লে কোনো গুৰুতৰ পৰিণতি নহয় সেইকাৰণে সিহঁতে ইমান সহজে চুৰি কৰে। এই পলাই যোৱা অপৰাধীবোৰক ধৰিব লাগে আৰু কোবাব লাগে। (বন্ধু ২)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02019|আপুনি
পৰিয়ালৰ ফটোবোৰ হেৰুৱাই পেলোৱাৰ পাছতো সেই কথাটো হাঁহি হাঁহি গ্ৰহণ কৰা দেখি বৰ ভাল লাগিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02917|বালাছোৰত
হোৱা ৰেল দুৰ্ঘটনাৰ পাছত ৰেল যাত্ৰাৰ কথা ওলালেই মোৰ গা শিয়ৰি উঠে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00649|ৰাজনৈতিক
আশ্ৰয় বিচৰাসকলৰ প্রতি ইউকে-ৰ অমানৱীয় আচৰণ দেখি মই সম্পূৰ্ণৰূপে হতাশ হৈছো।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03620|মই
বিচাৰি থকা তাৰিখবোৰৰ কাৰণে টিকট পোৱা নাছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00708|মোৰ
বৰ খং উঠিছিল যেতিয়া মোৰ সন্তানে অনুশীলন ক্লাছৰ সময়ত তাৰ সংগীত শিক্ষকৰ সৈতে সংগীত শিকিবলৈ মন কৰা নাছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00944|স্কাইডাইভিঙৰ
দৰে ইমান বিপদযুক্ত খেলা খেলিবলৈ চেষ্টা কৰাৰ ক্ষেত্ৰত মই অলপ দোধোৰ-মোধোৰ অৱস্থাত আছোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03402|বঢ়িয়া!
কিতাপখনৰ বাবে মোৰ আগতীয়া অৰ্ডাৰ কনফাৰ্ম কৰা হৈছে। এইখন কিতাপৰ বাবেই মই ইমান দিন অপেক্ষা কৰি আছো।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00345|কাৰ্গিল
যুদ্ধৰ সময়ত সৈনিকসকলে দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰাৰ দৃশ্য চাই থাকোঁতে মই আৱেগিক হৈ পৰিছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00644|ৰাজনীতিবিদসকলৰ
কনভয়ক পাৰ হ’বলৈ দিয়াৰ বাবে যেতিয়া আমাক ৰখাই থোৱা হয় মোৰ তেতিয়া বিৰক্তি লাগে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03118|ভাৰতৰ
ইমাৰজেঞ্চী ৰুমৰ ডাক্তৰসকলৰ দক্ষতাত অভ্যস্ত হোৱাৰ পিছত ইউ.কে.-ৰ ইমাৰজেঞ্চী ৰুমৰ ডাক্তৰসকলে এঘণ্টাত ২ জন ৰোগীৰ চিকিৎসাও কৰিব নোৱাৰাত মোৰ খং উঠিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02177|ডাক্তৰজনে
মোক কৈছিল যে ডায়েবেটিছৰ কোনো চিকিৎসা নাই।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03683|যিহেতু
গোটেই চহৰখনতে বিদ্যুৎ সংযোগ বন্ধ হৈ আছিল মই আকাশখনলৈ চাইছিলোঁ আৰু এতিয়া দেখিবলৈ পোৱা লাখ লাখ তৰা দেখি আচৰিত হৈছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00435|দুৱাৰখন
খুলিব নোৱাৰি মই হোটেলৰ মোৰ কোঠাটোৰ বাহিৰত ৰৈ আছোঁ আৰু মোৰ মনটো বৰ বেয়া লাগিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02901|পিছফালে
লাঠিবোৰ বাহিৰৰ ফালে ওলাই থকা এখন ট্ৰাক হঠাতে মোৰ সন্মুখত ৰৈ যোৱাত মই বহুত ভয় খালোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03339|মই
গম পাই আচৰিত হৈছো যে মোৰ মা-দেউতাই ইমান বছৰ ধৰি মোৰ কলেজৰ শিক্ষাৰ বাবে মনে মনে পইচা সাঁচি আহিছে। কি যে আচৰিত কথা!
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03063|কিতাপখন
পোৱা লোকসকলৰ আলোচনা আৰু প্ৰতিক্ৰিয়াবোৰ পঢ়াৰ পাছত কিতাপখন আগতীয়াকৈ অৰ্ডাৰ দিবলৈ মোৰ কিবা ভাল লগা নাছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02462|আপুনি
ছাতি এটা আনিবলৈ কিয় পাহৰিলে? এতিয়া আমি এই তপত বেলিৰ তলত কেনেকৈ বহিম?
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01640|মই
এই ৱায়াৰলেছ ইণ্টাৰনেটৰ স্পীড দেখি আচৰিত হৈ পৰিছো।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00922|যাত্ৰাৰ
সময়ত ছটা ছিটৰ সৰু বিমানখনক বতাহে বাৰে বাৰে ঘঁটালি থকাৰ সময়ত মই ছিটৰ হেন্দেলডালত জোৰেৰে ধৰি ল’লোঁ আৰু ভয়তে মোৰ উশাহটো ধৰি ৰাখিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03610|নতুন
প্ৰডাক্টৰ বাবে অপেক্ষা কৰি থকা এপলৰ একান্ত অনুৰাগীসকলে এই মূল্যৰ কথা শুনি একেলগে চিঞৰি উঠিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01947|এইটো
দেখোন বঢ়িয়া।পেচাদাৰী আৰু ব্যক্তিগতভাৱে দুয়োটাতে ভাল প্ৰদৰ্শন দেখুওৱা আপোনাৰ ক্ষমতাটো সঁচাই আনক প্ৰেৰণা যোগাব পৰা।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00017|আমি
দোকানখনত এক নতুন লয়েল্টী প্ৰগ্ৰেম আৰম্ভ কৰিছিলো যিয়ে আমাৰ গ্ৰাহকসকলক উৎসাহিত কৰিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02669|ন্যায়াধীশ
নিৰপেক্ষ নোহোৱাকৈ কেনেকৈ সাৰি যাব পাৰিব?
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03440|আপুনি
মোক অপ্ৰত্যাশিতভাৱে ইমান সুন্দৰ এটা উপহাৰ দিছিল যে কিবা ক'বলৈ মই ভাষাহীন হৈ পৰিছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01297|অযুক্তিকৰ
কল্পনাৰ লোকসকলৰ প্ৰতি মোৰ বিতৃষ্ণা আছে যিয়ে বস্তুনিষ্ঠ প্ৰমাণ অবিহনে ভূতৰ কাহিনীসমূহ প্ৰচাৰ কৰে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00444|ইমান
বছৰৰ পিছত মানুহে মানৱ জাতিৰ বাবে হাবল টেলিস্কোপৰ মূল্যৰ ওপৰত প্ৰশ্ন উঠোৱাটো মোৰ বাবে বৰ হতাশাজনক।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02255|মই
ইউ.পি.এছ.চি.-ৰ বাবে পঢ়িবলৈ এবছৰৰ বাবে ছুটী লৈছিলোঁ কিন্তু তথাপিও সেয়া পাছ নকৰিলোঁ। এতিয়া মই কি কৰোঁ?
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03248|মোক
দিয়া ঔষধখিনিৰ সোৱাদ তিতা আৰু গোন্ধ ইমানেই উগ্ৰ যে মই আনকি বটলবোৰ খুলিবই বিচৰা নাছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03054|তেওঁলোকে
এই পুৰণি কিতাপবোৰ ইমান বেছি দামত বিক্ৰী কৰাটো মোৰ অতি অশান্তিকৰ আৰু অৰ্থহীন যেন লাগিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02758|মই
এইমাত্ৰ এটা এন্দুৰ পাকঘৰত সোমোৱা দেখিলোঁ। মই ইতিমধ্যে মোৰ খাদ্যৰ আধাখিনিয়েই খালোঁ। মই অসুস্থ নহ’লেই হ’ল আৰু।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03857|আপোনাৰ
পৰিয়ালে আপোনাক যিমান সম্ভৱ এটা উত্তম জীৱন প্ৰদান কৰিবলৈ ইমান চেষ্টা কৰিছে আৰু তথাপিও আপুনি কোনো অৰ্থপূৰ্ণ কাম নকৰাকৈয়ে ইয়াক অপচয় কৰি আছে
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01255|কিছুমান
শিক্ষাৰ্থীয়ে ক্লাছত যি ধৰণে চুইংগাম চোবাই সেয়া সঁচাকৈয়ে অমাৰ্জিত।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03679|ধন্যবাদ!
মই আনন্দিত যে আপুনি মই ৰন্ধা খাদ্যখিনি খাই ভাল পালে (চেফ)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00048|মই
বহু বেছি পৰিমাণৰ সম্পত্তি পাইছিলোঁ যিখিনিয়ে মোৰ আৰ্থিক ভৱিষ্যতক সুৰক্ষিত কৰিব।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00467|কৰ্মচাৰীগৰাকীৰ
দুৰ্ঘটনাৰ বাতৰিটোৱে কাৰ্য্যালয়ত এক গোমোঠা পৰিৱেশৰ সৃষ্টি কৰিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00995|এটা
ব্যৱসায়ৰ গৰাকী হিচাপে কৰ কৰ্তৃপক্ষৰ অবাঞ্ছিত অডিটৰ কথাটোত মই ভীতিগ্ৰস্ত হৈ পৰিছো।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02915|মই
মোৰ চাকৰি হেৰুৱাম ছাৰ। অনুগ্ৰহ কৰি কাকো ফোন নকৰিব (বেংক বিক্ৰেতা)
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01231|মই
লিভাৰৰ সোৱাদ কোনোমতেই সহ্য কৰিব নোৱাৰো।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00465|মই
নিৰাশ অনুভৱ কৰিছিলো কাৰণ ছাফাইৰ কাম চোৱা-চিতা কৰা মানুহজনে ক্লাইণ্টৰ অফিচত নিৰ্দেশনাবোৰ একেদৰে অনুসৰণ কৰা নাছিল যিয়ে ইয়াক লেতেৰা কৰি ৰাখিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00601|মই
কোৰিয়াৰ কোম্পানীটোক লৈ একেবাৰে সুখী নহয়। মই আগতীয়াকৈ পৰিশোধ কৰিছিলোঁ আৰু এতিয়া তেওঁলোকে মোক কৈছে যে পে'মেন্ট সম্পূৰ্ণ নহ’ল!
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02644|বেংকৰ
জ্যেষ্ঠ কাৰ্যবাহীজনে নিজৰ দলটো লক্ষ্যত উপনীত নোহোৱাৰ বাবে অধৈৰ্য হৈ তেওঁলোকক গালি পাৰিছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02298|চেন্নাইৰ
পৰা বাংগালোৰলৈ ৰে'লৰ টিকট বুক কৰাটো আজিকালি এটা টান কাম হৈ পৰিছে। প্ৰতিবাৰেই মই টিকট বুক কৰিবলৈ লওঁতে টিকটটো কম সময়ৰ ভিতৰতে বেলেগে বুক কৰি দিয়ে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03211|খেলুৱৈসকলৰ
বিষয়াসকলৰ প্ৰতি সন্মানৰ অভাৱ আৰু তেওঁলোকৰ সিদ্ধান্তবোৰ অসন্মানজনক
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02540|আপুনি
বনাই দিয়া কৰা মডুলাৰ কিচ্ছেনটো দেখি মোৰ সঁচাকৈয়ে বহুত খং উঠিছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02892|নতুন
ক্লায়েণ্টৰ আগত দিবলগীয়া আগন্তুক প্ৰেজেনটেশ্যনক লৈ মই অলপ অস্বস্তি অনুভৱ কৰিছোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_01013|মই
ভাবিছোঁ এক্সহষ্ট ছিষ্টেম উন্নত কৰাৰ দৰে কিবা সালসলনি গাড়ীখনত কৰিব পাৰোঁ নেকি আৰু ইয়াত খৰচ কৰাটো ভাল হ’ব নে নহয় তাক লৈ অলপ চিন্তা হৈছে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00041|বুদাপেষ্টৰ
প্ৰতিটো চুকতে চহৰখনৰ সমৃদ্ধ ইতিহাস স্পষ্ট আৰু ই মোক উৎসাহিত কৰে।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_03720|মোৰ
সদায়েই এই মানৱ নিৰীক্ষণ কেন্দ্ৰলৈ আহিবলৈ মন আছিল আৰু এতিয়া ইয়াত উপস্থিত হোৱাৰ পাছত মই মোৰ ভাগ্যক বিশ্বাসেই কৰিব পৰা নাই
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00326|এইটো
লজ্জাজনক যে স্থানীয় সংগ্ৰহালয়ত প্ৰদৰ্শনীৰ বাবে কোনো ইংৰাজী অনুবাদ নাছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00938|মই
ডাঙৰ দোকানবোৰৰ পৰা ইলেক্ট্ৰনিক বস্তু নিকিনাকৈ থাকিবলৈ চেষ্টা কৰোঁ কাৰণ মই তেওঁলোকৰ সেৱাৰ মানদণ্ডকলৈ ভয় কৰোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02652|আমি
ই.বি.ৰ কৰ্মীসকলৰ সৈতে তৰ্ক কৰিছিলোঁ কাৰণ তেওঁলোকে আমাৰ সমস্যা সমাধান কৰিবলৈ বেছি ধন বিচাৰিছিল
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00709|আয়োজন
কৰা অনুষ্ঠানটোৰ বাবে ইভেণ্ট মেনেজাৰে লাভ কৰা ইতিবাচক সঁহাৰিয়েও তেওঁৰ ইমানবোৰ কামৰ বিফলতাবোৰ ঢাকিব নোৱাৰিলে। তেনে খেলিমেলিবোৰ দেখিবলৈ পোৱাটো বৰ হতাশাজনক।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00153|বিনায়ক
চতুৰ্থী পূজাৰ কাৰণে আমাৰ নিজৰ বাগিচাতে বহুতখিনি ফুল পাই মোৰ ভাল লাগি গৈছিল।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_02720|মই
এ.টি.এম.ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত এজন অদ্ভূত মানুহ মোৰ পিছে পিছে আহিছিল। মই ভয় খাইছিলোঁ সেইকাৰণে মই যিমান পাৰি সিমান সোনকালে দৌৰি আহিছিলোঁ।
/content/drive/MyDrive/Mehdi_tts/audio/ASM_M_EXP_00452|নতুন
মডুলাৰ পাকঘৰটো নিখুঁতভাৱে সম্পূৰ্ণ হ’ব বুলি মোৰ বহুত আশা আছিল কিন্তু দুৰ্ভাগ্যক্ৰমে কাউণ্টাৰটপৰ ওপৰত চকুত পৰা আঁচোৰকেইটাই মোক বৰ হতাশ কৰিছিল।